
Real Stories. Real Impact. Real-Time News. Everything happening in Assam, straight to your feed. Follow @TIME8News for the latest updates!
Guwahati
Joined November 2023
- Tweets9.7K
- Following5
- Followers90
- Likes0
-ৰাসৰ উছাহেৰে মুখৰিত ৰাজ্য, চৌদিশে দ্বিতীয় বৃন্দাবনৰ পৰিৱেশ। ৰাজ্যজুৰি আৰম্ভ শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ। উজনিৰ পৰা নামনিলৈ সৰ্বত্ৰ ৰাসৰ উছাহ-উদ্দীপনা। সমগ্ৰ ৰাজ্যৰ লগতে চামগুৰিতো উলহ-মালহেৰে উদযাপন কৰা হৈছে ৰাস মহোৎসৱ।
#assam
5
-ডিজিটেল ইনফ্রাষ্ট্ৰাকছাৰ নির্মাণত অসম দ্রুতগতিত আগবাঢ়িছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা
#himantabiswasarma
12
-অসমে লাভ কৰিব নতুন গ্রীণ ফীল্ড এয়াৰপ'ৰ্ট
-শিলচৰত গ্ৰীণ ফীল্ড বিমান বন্দৰ নির্মাণত অনুমোদন কেবিনেটৰ
#assam
5
-এতিয়া পৰা সুৰা ক্ৰয় কৰাৰ পূৰ্বে কৰা হ'ব গ্ৰাহকৰ স্বাস্থ্য পৰীক্ষা
-সুৰাৰ বিপণীৰ ভিতৰতে থাকিব চিকিৎসকৰ উপস্থিতি
-গ্ৰাহকৰ স্বাস্থ্যৰ অৱস্থা পৰীক্ষা কৰাৰ পাছতহে সুৰা ক্ৰয়ৰ অনুমতি দিয়াৰ ব্যৱস্থা
-মধ্যপ্ৰদেশৰ সাগৰ জিলাত প্ৰৱৰ্তন কৰা হৈছে এই নতুন নিয়ম
#MadhyaPradesh
7
-চুমা বিচাৰি অসম পালেহি কলকাতাৰ গুপ্তাজী।অনলাইনত চিনাকি হোৱা এটি সন্তানৰ মাতৃ প্ৰেয়সীক বিচাৰি পালেহি নগাঁৱৰ জাজৰী।
#assam
7
-'কাৰ্বি আংলঙৰ নিজস্ব আইন আছে,পৰম্পৰাগত আদালত আছে; আইন-আদালতে যি ক'ব আমি তাকেই মানি ল'ম'
-বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উত্থাপন হোৱা গুৰুতৰ অভিযোগক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
#himantabiswasarma
2
-দৰঙৰ বেছিমাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ
-হঠাৎ বাহনৰ ভাড়া বৃদ্ধিক লৈ ক্ষুব্ধ ছাত্ৰ-ছাত্ৰী
-ভাড়া হ্ৰাসৰ দাবীত ৰাজপথলৈ ওলাই আহিল শিক্ষাৰ্থীসকল
#assam
9
-ৰাজ্যৰ উদ্যোগখণ্ডত নতুন সংযোজন। ৰঙিয়াৰ তুলসীবাৰীত ১৫ একৰ ভূমিত স্থাপন হ’ব সংহত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ আৰু আগশাৰীৰ প্ৰযুক্তি কেন্দ্ৰ। আজি প্ৰকল্পটোৰ ভূমিপূজন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
#himantabiswasarma
2
-ৰাইজৰ সৈতে বাৰ্তালাপ কৰি অভাৱ অভিযোগৰ বুজ লোৱা মুহূৰ্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
#himantabiswasarma
4
-সপোন দিঠকত পৰিণত হোৱাৰ ক্ষণ এয়া.....আৰক্ষী হিচাপে শপত গ্ৰহণ কৰিয়েই পিতৃক চেল্যুট জনাই সাৱতি ধৰিলে কন্যাই।
#assam
6
-ৰক্ষা নাই বেদখলকাৰীৰ!
-মৰিগাঁও জিলাৰ ভূৰাগাঁও নতুন বজাৰত আৰম্ভ উচ্ছেদ অভিযান।
-ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰি চলোৱা হৈছে এই অভিযান।
-ভূৰাগাঁও-নগাঁও সংযোগী গড়কাপ্তানি পথৰ দুয়োকাষে চলিছে উচ্ছেদ।
#assam
8
-আজি পুনৰ আদালতত উপস্থিত জুবিন গাৰ্গ কাণ্ডৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্ত
#assam
5
-সকলোকে সামাজিক মাধ্যমৰ প্ৰফাইলত বিশেষ পোষ্ট কৰিবলৈ আহ্বান শিল্পী মানস ৰবীনৰ
#ZubeenGargStatueInMadameTussauds
3
-ঘৰে ঘৰে চলিছে তালাচী, নষ্ট কৰি দিয়া হৈছে নিষিদ্ধ সামগ্ৰীৰ খেতি। সোণতলীৰ পানীখাইতি, আৰিকাটি, বেজৰসুতিকে ধৰি কেইবাটাও অঞ্চলত বৃহৎ অভিযান আৰক্ষীৰ।
#assam
6
-ইয়াতকৈ ভাল লগা মুহূৰ্ত আৰু কি হ'ব পাৰে! সপোন বাস্তৱ হোৱাৰ পিছতে প্ৰেয়সীৰ ভৰি চুই সেৱা জনালে প্ৰেমিকে। চাওক এই হৃদয় জুৰুৱা দৃশ্য
#assam
8
-বৈভৱ সূৰ্যবংশীৰ বিশ্ব অভিলেখৰ পিছতে প্ৰশংসা, অভিনন্দনেৰে উপচি পৰিল সামাজিক মাধ্যম
#VaibhavSuryabanshi
3






