Bitupan kashyap retweeted
Exclusive rapid fire with @LovlinaBorgohai @assamtribuneoff
#ATExclusive: Olympic bronze medallist @LovlinaBorgohai gets candid with The Assam Tribune. Can gutsy Lovlina survive the rapid fire round? Let's find out.
#TheAssamTribune
Bitupan kashyap retweeted
My years of hard work has finally paid off. It was my dream to have an Olympic Medal and finally I can cherish that moment. My next goal would be to change the colour of the medal at 2024 Olympics. I'm dedicating this medal to the entire nation, who have been rooting for me.
Bitupan kashyap retweeted
"চিফুঙৰ সুৰে সুৰে
ই গাঁও ,সি গাঁও ,সাতো গাঁও
ৰজন্জনাই যাবহি।
কমৰেড ৰাভা আজি গধূলি
আহিব উভতি ।"
হীৰুদা
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱসত সেই মহান কলাকাৰজনলৈ সশ্রদ্ধ প্ৰণিপাত নিবেদিছোঁ।
Bitupan kashyap retweeted
স্বাভিমানী বাবে ডা: সেনাপতিয়ে আজমলে দিয়া টকা ঘূৰাই দিলে এতিয়া চৰকাৰক স্বাভিমানী হৈ আজমলে দিয়া টকা ঘূৰাই দিবলৈ অনুৰোধ জনালোঁ নহলে ভক্তগণে কত মুখ লুকুৱাব
উডালি CCC ৰ আক্ৰমণকাৰীৰ নাম উল্লেখ কৰিবলৈ ভয় কৰা @JatiyaParishad ৰ সভাপতি @lurinjtgogoi - প্ৰকৃত স্বাভিমানী অসমীয়া কি সেইটো ডা:সেনাপতিৰ পৰিয়ালৰ পৰা শিকক। মুখেৰে ডাঙৰ ডাঙৰ লেকচাৰ মাৰিলেই স্বাভিমানী অসমীয়া হৈ নাযায়। কিয় হাৰিলে শিকক। @jbhuyan65 @adipphukan
Bitupan kashyap retweeted
অসমবাসী জনতাক কুঠাৰাঘাত কৰি আজি বিজেপিয়েই হৈ উঠিল বৃহৎ নদীবান্ধৰ প্ৰধান সমৰ্থক। জনতাৰ স্বাৰ্থৰ বিপৰীতে সুযোগ বুজি স্থিতি সলোৱা বিজেপিক প্ৰত্যাখ্যান কৰিবলৈ সাজু হোৱা জনতাৰ এটাই কথা ২০২১ ত আঞ্চলিকতাবাদৰ চৰকাৰ।
#Lurinfor2021
#বিজেপিয়ে_দিলে_বহু_হতাশা
#জাতীয়_পৰিষদ_শেষ_ভৰষা
Bitupan kashyap retweeted
চৰকাৰক দলীয় ক্ষমতা অক্ষুণ্ণ ৰখাৰ আহিলা হিচাপে ব্যবহাৰ কৰি কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টিৰ দৌৰত নামি পৰা ৰাজ্য চৰকাৰখনৰ বাবে বিনাকাৰণত ঋণী হৈছে অসমবাসী৷ অসমবাসীক জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কথা দি বাংলাদেশীৰ ওচৰত আঠু লোৱা বিজেপি চৰকাৰ খন সকলো দিশতে ব্যৰ্থ ৷
Bitupan kashyap retweeted
ক্ষমতাৰ ৰাগিত মত্ত জাতিৰ প্ৰতাৰক সকললৈ অম্বিকাগিৰীৰ কলমেৰে তাহানিতে নিগৰিছিল তীক্ষ্ণ বাক্য। এই ক্ষোভ এতিয়াও প্ৰাসংগিক ।
#AJPforAssam
#2021AssamElection
#AssamFirst
#JatiyaParishad
#LurinFor2021
Bitupan kashyap retweeted
আমাক আদৰণি জনোৱা সাধাৰণ ৰাইজৰ মৰম আৰু আৰ্শীবাদে অসম জাতীয় পৰিষদৰ আদৰ্শ আৰু চিন্তাৰ প্ৰতি অসমৰ জনতাৰ অকুণ্ঠ সমৰ্থনৰ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে আৰু আমাকো এই সংগ্ৰামত আৰু অধিক শক্তিশালীভাৱে আত্মনিয়োগ কৰাৰ বাবে অনুপ্ৰেৰণা যোগাইছে।
অসম প্ৰথম : সদায় আৰু চিৰদিন
জয় আই অসম 2/2
Bitupan kashyap retweeted
থলুৱা খিলঞ্জীয়াক উচ্ছেদ কৰি পুনঃসংস্থাপনৰ ব্যৱস্থা নকৰাটো আইন বিৰূদ্ধ আৰু অমানৱীয়।খিলঞ্জীয়া বিৰোধী এই সিদ্ধান্ত চৰকাৰে ততকালেই প্ৰত্যাহাৰ কৰক।
|| অসম প্ৰথম : সদায় আৰু চিৰদিন ||
|| জয় আই অসম || 4/4
Bitupan kashyap retweeted
The continuous incarceration of #AkhilGogoi in spite of an unanimous public opinion, demanding his release, reflects the #fascist mentality of this govt. Its time the #AssamGovt wakes up and realises that subjugation of anti-CAA voices won't work. #ReleaseAkhilGogoi @RaijorDal
Bitupan kashyap retweeted
অখিল গগৈক প্ৰায় ৪০০ দিন জেইলৰ ভিতৰত সুমুৱাই ৰাখি চৰকাৰে প্ৰতিপন্ন কৰিছে নিজৰ ফেচিষ্ট, আক্ৰোশী, প্ৰতিশোধপৰায়ণ চৰিত্ৰ। অখিল গগৈৰ বিনা চৰ্তে অতি শীঘ্ৰে মুক্তি আমি অসম জাতীয় পৰিষদে দাবী কৰোঁ।
#AssamFirst
#FacistBJP
#Releaseakhilgogoi
#JatiyaParishad
Bitupan kashyap retweeted
২০২০ চনৰ ৭ ডিচেম্বৰৰ পৰা অসম-পশ্চিমবংগ সীমান্ত ধুবুৰী জিলাৰ ছাগলীয়াৰ পৰা অসম-অৰুণাচল সীমান্ত শদিয়ালৈ খোজ কাঢ়ি হতাশা আৰু মাদক দ্ৰব্য, নিচাসক্ত দ্ৰব্যৰ বিৰুদ্ধে খনীন ৰয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক অভিযানত নামিছিল। খনীন ৰয়ক অসম জাতীয় পৰিষদৰ তৰফৰ পৰা থাকিল আন্তৰিক অভিনন্দন।
Bitupan kashyap retweeted
পুনৰ উন্মোচিত হ'ল দেশৰ পক্ষত অসমৰ পক্ষত থকা বুলি জাহিৰ কৰা চৰকাৰৰ প্ৰকৃত স্বৰূপ। কৰিমগঞ্জত উদ্ধাৰ ভাৰত বাংলাদেশ সংযোগী ২০০ মিটাৰ দীঘল গুপ্ত সুৰংগ।
#FakeBJPFakePromises
#AssamFirst
#Lurinfor2021
#JatiyaParishad
Bitupan kashyap retweeted
"ধিং এক্সপ্ৰেছ" খ্যাত অসম কন্যা হিমা দাস জাপানৰ টকিঅ'ত অনুষ্ঠিত হ'বলগীয়া ২০২১ চনৰ অলিম্পিকত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে ৷ "অসম জাতীয় পৰিষদ"ৰ তৰফৰ পৰা তেখেতলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো ৷
#HimaDas
#TokyoOlympics2021
#AssamFirst
#Lurinfor2021
Bitupan kashyap retweeted
'আমাৰ লক্ষ্য, আমাৰ পণ
গুৱাহাটী হ'ব Corporate Hub
উজ্বলিব উত্তৰ-পূবৰ লক্ষজন'
#AssamFirst
#JatiyaParishad
#Lurinfor2021
#CorporateHUB
Bitupan kashyap retweeted
ওৰে জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা,নিভাঁজ দেশপ্ৰেমিক,জাতীয়তাবাদী ‘অসম কেশৰী’ অম্বিকাগিৰী ৰায়চৌধুৰীৰ মৃত্যু তিথিত একাঁজলি অশ্ৰু-অঞ্জলি ।
|| অসম প্ৰথম : সদায় আৰু চিৰদিন ||
|| জয় আই অসম ||
Bitupan kashyap retweeted
২০২১ য়ে কঢ়িয়াই আনক এখন স্বনিৰ্ভৰশীল, শক্তিশালী আৰু স্বাভিমানী অসমৰ বাৰ্তা। সমূহ অসমবাসীলৈ থাকিল ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা।
#HappyNewYear2021
#Welcome2021 .
Bitupan kashyap retweeted
এই সহায় কৰ্মবিমুখতাৰ বাবে নহয়। এই সহায় কৰ্মঠ কৰি তোলাৰ বাবে। এই সহায় আলস্য বিলাসৰ বাবে নহয়। এই সহায় আৰ্তজনক সহায়ৰ হাত আগবঢ়াই নিয়োগৰ সুবিধা দিয়াৰ বাবে।
#AssamFirst
#Lurinfor2021
#YouthofAssam
#EmpoweringYouth
#NotApromiseButAresponsibility
#UniversalBasicIncome
Bitupan kashyap retweeted
শিক্ষিত নিবনুৱাৰ কৰ্ম সংস্থাপনৰ পথ প্ৰশস্ত কৰাৰ লগতে যুৱ সমাজক কৰ্মনিয়োজনৰ পৰ্যায়লৈ লৈ যোৱাৰ সময়খিনিলৈ তেওঁলোকক অৰ্থনৈতিক সহযোগ আগবঢ়োৱাটো হ'ব অসম জাতীয় পৰিষদৰ দায়িত্ব।
#AssamFirst
#Lurinfor2021
#EmpoweringYouth
#NotApromiseButAresponsibility
#UniversalBasicIncome



































