District Commissioner, Jorhat (@DCJorhat) profile picture

Official X (formerly Twitter) account of the O/o District Commissioner and District Magistrate, Jorhat

Jorhat, Assam
Joined September 2024
Photo by District Commissioner, Jorhat (@DCJorhat)Photo by District Commissioner, Jorhat (@DCJorhat)Photo by District Commissioner, Jorhat (@DCJorhat)Photo by District Commissioner, Jorhat (@DCJorhat)Photo by District Commissioner, Jorhat (@DCJorhat)Photo by District Commissioner, Jorhat (@DCJorhat)Photo by District Commissioner, Jorhat (@DCJorhat)Photo by District Commissioner, Jorhat (@DCJorhat)Photo by District Commissioner, Jorhat (@DCJorhat)Photo by District Commissioner, Jorhat (@DCJorhat)
খেল মহাৰণ ৩.০ ৰ অধীনত ভগামুখ গাঁও পঞ্চায়তৰ মৰিজাঁজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত, কলিয়াপানি উন্নয়ন খণ্ডৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা ফুটবল খেলখনে স্থানীয় ক্ৰীড়াপ্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহ আৰু উদ্দীপনাৰ সৃষ্টি কৰে। তাৰে কেইখনমান আলোকচিত্ৰ। @CMOfficeAssam @diprassam
1
25
কলিয়াপানি উন্নয়ন খণ্ডৰ অন্তৰ্গত চিন্টামণি গড় গাঁও পঞ্চায়তৰ ঔগুৰি পথাৰত আজি ‘খেল মহাৰণ ৩.০’ আৰু ‘শিশু ক্ৰীড়া সমাৰোহ’ৰ গাঁও পঞ্চায়ত পৰ্যায়ত ফুটবল খেলখন অতি উৎসাহ আৰু উলহ-মালহেৰে অনুষ্ঠিত হয়। তাৰে কিছু দৃশ্যাংশ। @CMOfficeAssam @diprassam @Assam_DSYW @DiproJorhat
14
খেল মহাৰণ ৩.০ ৰ অংশ হিচাপে ২৪ নং ৰাজৈ বাদুলিপুখুৰী গাঁও পঞ্চায়তৰ অধীনস্থ আখৈদিছা বাগান খেলা পথাৰত এথলেটিকছ আৰু দবা আদি বিভিন্ন খেল অত্যন্ত উৎসাহ-উদ্দীপনাৰে অনুষ্ঠিত হৈছে। এই ক্ৰীড়া মহোৎসৱত অঞ্চলটোৰ খেলুৱৈসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুন্দৰ সুযোগ লাভ কৰিছে। @CMOfficeAssam
2
45
খেল মহাৰণ ৩.০ ৰ দ্বিতীয় দিনত, আজি ১৫ নং মধ্য নকছাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভেলুগুৰি আদৰ্শ হাইস্কুলত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাৰ কিছু আলোকচিত্ৰ- @CMOfficeAssam @diprassam @Assam_DSYW @DiproJorhat
1
2
42
আজি ইংৰাজী ১০ নৱেম্বৰ, ২০২৬ তাৰিখ, মঙলবাৰে যোৰহাট জিলা আৱৰ্ত ভৱনৰ সভাকক্ষত যোৰহাট জিলা পৰিষদৰ সভাপতি শ্ৰীযুত সুৰজিৎ শইকীয়া দেৱৰ সভাপতিত্বত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ সৈতে এখন গুৰুত্বপূৰ্ণ যুটীয়া আলোচনা আৰু পৰ্যালোচনা সভা অনুষ্ঠিত হয়। @CMOfficeAssam @diprassam @DiproJorhat
1
32
পূব যোৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৮ নং কঠাঁলগুৰি গাঁও পঞ্চায়তৰ উদ্যোগত ‘খেল মহাৰণ ৩.০’ আৰু ‘শিশু ক্ৰীড়া সমাৰোহ’ৰ আজি অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাৰ কিছু দৃশ্যাংশ। @CMOfficeAssam @diprassam @Assam_DSYW @DiproJorhat
24
যোৰহাট অসামৰিক প্ৰতিৰক্ষা প্ৰশিক্ষণ কেন্দ্ৰত দুৰ্যোগ ব্যবস্থাপনা, প্ৰাথমিক চিকিৎসা (First Aid) আৰু অনুসন্ধান-উদ্ধাৰ কাৰ্যকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ বিষয়ৰ ওপৰত চলি আছে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ প্ৰাথমিক প্ৰশিক্ষণ। উক্ত প্ৰশিক্ষণ কাৰ্যসূচীৰ কিছু দৃশ্যাংশ- @CMOfficeAssam
1
25
দীপাৱলীৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ জিলাখনতে আৱকাৰী বিভাগে কঠোৰ তালাচী অভিযান অব্যাহত ৰাখিছে। ইয়াৰ অংশস্বৰূপে পথৰ কাষৰ বিভিন্ন ধাবা তথা আহাৰ যোগান ধৰা প্ৰতিষ্ঠান সমূহত তালাচী চলোৱা হৈছে। @CMOfficeAssam @diprassam @DiproJorhat
58
যোৰহাট পৌৰসভাৰ অন্তৰ্গত অঞ্চলসমূহত আজিৰে পৰা উৎসাহ আৰু উদ্দীপনাৰে আৰম্ভ হৈছে ‘খেল মহাৰণ ৩.০’ আৰু "শিশু ক্ৰীড়া সমাৰোহ" I প্ৰথম দিনটোৰ এই প্ৰতিযোগিতাসমূহত খেলুৱৈসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু খেলপথাৰত দেখা পোৱা জীপাল পৰিৱেশে সমগ্ৰ অঞ্চলটোত এক আনন্দমুখৰ, ক্ৰীড়ামুখৰ পৰিৱেশ সৃষ্টি কৰিছে।
1
50
আজি যোৰহাট জিলাৰ মৰিয়নি পৌৰসভাৰ অন্তৰ্গত বাপুজী ষ্টেডিয়ামত অত্যন্ত উলহ-মালহেৰে "খেল মহাৰণ ৩.০" আৰু "শিশু ক্ৰীড়া সমাৰোহ"ৰ শুভাৰম্ভণি অনুষ্ঠান সফলতাৰে সম্পন্ন হয়। উক্ত অনুষ্ঠানত অনুষ্ঠিত দবা আৰু যোগাসন প্ৰতিযোগিতাৰ কেইখনমান আলোকচিত্ৰ আগবঢ়োৱা হ’ল: @CMOfficeAssam @diprassam
1
38
আজি যোৰহাট জিলাৰ গাখীৰখোৱা গাওঁ পঞ্চায়তৰ অন্তৰ্গত লাহিঙ বাগান খেলপথাৰত অত্যন্ত উলহ-মালহেৰে "খেল মহাৰণ ৩.০" আৰু "শিশু ক্ৰীড়া সমাৰোহ"ৰ শুভাৰম্ভণি অনুষ্ঠান সফলতাৰে সম্পন্ন হয়। ইয়াৰে কেইটামান আকৰ্ষণীয় দৃশ্য: @CMOfficeAssam @diprassam @Assam_DSYW
1
43
সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো আজিৰে পৰা গাঁও পঞ্চায়ত পৰ্যায়ত আৰম্ভ হোৱা ‘খেল মহাৰণ ৩.০’ আৰু ‘শিশু ক্ৰীড়া সমাৰোহ’ৰ লগত সংগতি ৰাখি তিতাবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৮ নং মধ্য কাটনী বাগিচা গাঁও পঞ্চায়তৰ উদ্যোগত এক বৰ্ণাঢ্য শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। @CMOfficeAssam
1
35
যোৰহাট জিলাৰ পূৱ টীয়ক গাঁও পঞ্চায়তৰ অন্তৰ্গত জগদুৱাৰ মাজৰচাপৰি খেল পথাৰত অনুষ্ঠিত 'খেল মহাৰণ ৩.০’ আৰু 'শিশু ক্ৰীড়া সমাৰোহ'ৰ বিভিন্ন প্ৰতিযোগিতাসমূহৰ কিছু আলোকচিত্ৰ। @CMOfficeAssam @diprassam @Assam_DSYW @DiproJorhat
2
24
সমগ্ৰ ৰাজ্যৰ লগতে আজিৰে পৰা গ্ৰামীণ পৰ্যায়ত আৰম্ভ হোৱা ‘খেল মহাৰণ ৩.০’ৰ লগত সংগতি ৰাখি ২৬নং কাকজান গাওঁ পঞ্চায়ত পৰ্যায়ত যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক বিকাশ শইকীয়া মহোদয় উপস্থিতিত এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। @CMOfficeAssam @diprassam @Assam_DSYW
1
61
আজি যোৰহাট জিলাৰ বলমা গাঁও পঞ্চায়তৰ অন্তৰ্গত বলমা চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হোৱা 'খেল মহাৰণ ৩.০’ আৰু ‘শিশু ক্ৰীড়া সমাৰোহ’ৰ শুভাৰম্ভণি অনুষ্ঠানৰ কিছু দৃশ্যাংশ। @CMOfficeAssam @diprassam @Assam_DSYW
1
38
আজিৰে পৰা গাওঁ পঞ্চায়ত আৰু পৌৰসভা পৰ্যায়ত আৰম্ভ হোৱা ‘খেল মহাৰণ ৩.০’ আৰু ‘শিশু ক্ৰীড়া সমাৰোহ’ ৰ ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ লগত সংগতি ৰাখি আজি বৰভেটা আৰক্ষী সংৰক্ষিত পথাৰত ৪৯ নং মধ্য নামনি চৰাইবাহী গাওঁ পঞ্চায়তৰ উদ্যোগত এক বৰ্ণাঢ্য শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। @Assam_DSYW
1
35
আজি ৬ নং মধ্য টীয়ক গাঁও পঞ্চায়তৰ ৰাজাবাৰী পথাৰত স্থানীয় বিশিষ্ট ব্যক্তি আৰু ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিত ‘খেল মহাৰণ ৩.০’ আৰু ‘শিশু ক্ৰীড়া সমাৰোহ’ৰ অধীনত দবা (Chess) আৰু যোগাসন (Yoga) প্ৰতিযোগিতা অতি উলহ-মালহেৰে অনুষ্ঠিত হয়। তাৰে কিছু দৃশ্যাংশ। @CMOfficeAssam @diprassam
1
46
‘পূব যোৰহাট উন্নয়ন খণ্ড'ৰ অন্তৰ্গত ৬০ নং কাটনি গাঁও পঞ্চায়তত অনুষ্ঠিত হোৱা 'খেল মহাৰণ ৩.০’ আৰু ‘শিশু ক্ৰীড়া সমাৰোহ’ৰ দবা খেল প্ৰতিযোগিতাৰ কিছু আলোকচিত্ৰ। @CMOfficeAssam @diprassam @Assam_DSYW @DiproJorhat
1
53
যোৰহাট জিলাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন, ২০২৬ সূচাৰুৰূপে আৰু সফলতাৰে পৰিচালনা কৰাৰ অৰ্থে জিলা আয়ুক্তৰ কার্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া জয় শিৱানী মহোদয়ৰ সভাপতিত্বত আজি এক গুৰুত্বপূৰ্ণ প্ৰস্তুতি বৈঠক অনুষ্ঠিত হয়। @CMOfficeAssam
1
46
যোৰহাট জিলা প্ৰশাসনৰ দ্বাৰা "সংকোচিত জৈৱ গেছ প্ৰকল্প" (Compressed Biogas Plant) সফলভাৱে ৰূপায়ণৰ সন্দৰ্ভত আজি যোৰহাট জিলা আয়ুক্ত কাৰ্যলয়ৰ সভা কক্ষত জিলা আয়ুক্ত জয় শিৱানী মহোদয়ৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। @CMOfficeAssam @diprassam
1
35