DY365 (@DY365) header
DY365 (@DY365) profile picture

A 24x7 Satellite News Channel from Northeast India that brings it's viewers with the latest news taking place regionally, nationally and globally.

Guwahati, India
Joined February 2010
Photo by DY365 (@DY365)Photo by DY365 (@DY365)Photo by DY365 (@DY365)Photo by DY365 (@DY365)Photo by DY365 (@DY365)Photo by DY365 (@DY365)Photo by DY365 (@DY365)Photo by DY365 (@DY365)Photo by DY365 (@DY365)Photo by DY365 (@DY365)
এটা এটাকৈ ওলাইছে ঘনকান্ত গগৈৰ প্ৰৱঞ্চনাৰ কাহিনী। সন্তানৰ নামভৰ্তিৰ সময়ত বিদ্যালয়ক দিয়া ঘনকান্তৰ চেক হৈছিল বাউন্স। মাহৰ পিছত মাহ ধৰি সন্তানৰ বিদ্যালয়ৰ মাহিলী মাচুল আদায় দিয়া নাছিল ঘনকান্তই। সামাজিক মাধ্যমত জ্যোতিষ কুমাৰ দাস নামৰ এজন লোকৰ বিশেষ পোষ্ট। #guwahati #DY365
5
582
ঘনকান্তৰ সম্পৰ্কে কোনো মন্তব্য নাৰাখে একমাত্ৰ ভগ্নীয়ে। 'আমি চাহ-ৰুটি বিক্ৰী কৰিছো বচ'। 'আমাক বেলেগ কথা সুধি লাভ নাই'। ডিব্ৰুগড়ৰ চুকাফা তিনিআলিৰ সমীপত চাহ-ৰুটি বিক্রীৰ কৰি সাধাৰণ জীৱন-যাপন কৰা ভগ্নীৰ এই মন্তব্য। #dibrugarh #NewsUpdate #DY365
3
2,112
গুৱাহাটীৰ ISBTত বাণ্ডিলে বাণ্ডিলে টকা জব্দ। ৫০০ টকীয়া নোটৰ ৮টা বাণ্ডিল জব্দ কৰে আৰক্ষীয়ে। নিয়মীয়া তালাচীত দুজন লোকৰ বেগৰ পৰা উদ্ধাৰ সন্দেহযুক্ত জাল নোট। মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱাণ্ডীৰ দুজনক আটক আৰক্ষীৰ। ধৃত উজাইৰ কাছিম শ্বেইখ আৰু আনছাৰী মহম্মদ শ্বাবানক লৈ যোৱা হৈছে থানালৈ। #ISBT #guwahati #DY365
1
434
জী-জোঁৱাইৰ ফটো চাই উচুপি উঠিল দুৰ্ভগীয়া মাতৃ। গুৱাহাটীত ৰিণিকাৰ মাতৃৰ চকুত চকুলো। জীয়ৰীৰ বিয়োগৰ খবৰ পাই দৌৰি আহিছিল মণিপুৰৰ পৰা। ঘা../ত/ক ঘনকান্তই শেষ কৰিছিল জী ৰিণিকা, জোঁৱাই দেৱৰ্ষিক। #guwahati #DY365 #NewsUpdate
4
1,208
‘কোনোবাই যদি ভোট চুৰি কৰে, আমাৰ মিটিঙলৈ অহা ৰাইজবোৰ কি’? ‘কংগ্ৰেছৰ মিটিঙলৈ ১০০জন আহে, আমাৰ মিটিঙলৈ ১০জন আহে। ভোট চুৰিৰ কথাটো ক’ৰ পৰা আহিল?' -মুখ্যমন্ত্ৰী। #HimantaBiswaSarma #DY365
2
426
বেলট পেপাৰতো কংগ্ৰেছ হাৰিল! বেলট পেপাৰত নিৰ্বাচন হ'লেও কিয় জিকিব নোৱাৰে কংগ্ৰেছ? যি কংগ্ৰেছে EVMৰ বিৰোধিতা কৰে, যি কংগ্ৰেছে বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী কৰে সেই কংগ্ৰেছ কিয় হাৰিছে? চাৰি ৰাজ্যত বেলট পেপাৰত অনুষ্ঠিত MLC অৰ্থাৎ বিধান পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে বাৰুকৈ মুখ-থেকেচা খোৱাৰ পিছতে Xত সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ। #election #mlc #DY365
357
ব্ৰহ্মপুত্ৰ আৰু অসমৰ বাবে আহি আছে বিপদ! বৃহৎ‍ নদীবান্ধক লৈ চীনা গৱেষকৰ ভয়ংকৰ দাবী। চীনৰ নদীবান্ধে অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নেকি? বান্ধৰ বিৰোধিতাত অৰুণাচলত ধাৰাবাহিক প্ৰতিবাদ। বৃহৎ নদীবান্ধে সঁচাকৈয়ে বিপদ মাতিব নেকি অসমৰ? অংকুৰ বৰঠাকুৰৰ সৈতে The Truth - আজি নিশা ৭.৪৫ বজাত LIVE
1
352
#ASSAM | Garima Saikia Garg, accompanied by Zubeen Garg’s sister Dr Palme Borthakur, Rajesh Bhuyan, Manjula Baruah, Rahul Gautam Sharma, Arun Hazarika, Jayanta Kakati and others, met Assam Governor Lakshman Prasad Acharya at Lok Bhawan on Wednesday and submitted a seven-point memorandum seeking stronger prosecution and speedy justice in the Zubeen Garg death case. Read Here: dy365live.com/assam/zubeen-g… #ZubeenGarg #GarimaSaikiaGarg #DrPalmeBorthakur #JusticeForZubeenGarg #AssamNews #ZubeenGargDeathCase #LokBhawan
1
391
পল্টন বজাৰ আৰক্ষী থানাত উপস্থিত SITৰ দল। উপস্থিত হৈছে যুটীয়া আয়ুক্ত অংকুৰ জৈন। চলি আছে হোটেল বিলাস ইন হ/ত্যা/কা/ণ্ড/ৰ তদন্ত। উপস্থিত এজনৰ পিছত আনজন SITৰ বিষয়া। DCP সম্ভাবী মিশ্ৰ, DCP CRIME দেৱজিৎ নাথ উপস্থিত। #SIT #poliçe #incident #guwahati #dy365
2
756
দ্বিতীয় দিনাও বাল্যবিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত চাপৰ আৰক্ষীৰ। নিশাৰ অভিযানত জালত পৰিল দৰাৰ পৰিয়ালৰ লোক। আৰক্ষীৰ জালত পৰিল চাপৰৰ ৰৌমাৰীৰ আলী হুছেইন, আৰেয়াৰঝাৰৰ ময়ছ উদ্দিন। দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। #chaparassam #childmarriage #DY365
3
406
ঘনকান্ত গগৈৰ ভয়ংকৰ কাণ্ডত নিথৰুৱা হৈ পৰিল দুটি কণমানি। পিতৃ-মাতৃক হেৰুওৱা দুই সন্তানৰ মৰ্মস্পৰ্শী দৃশ্য। ভাতৃক পিতৃ-মাতৃৰ অনুপস্থিতি অনুভৱ কৰিবলৈ দিয়া নাই কণমানি বায়েকে। ৭ বছৰতে ভায়েকৰ মাতৃৰ দায়িত্ব লৈছে বায়েকে। নিজে শিশু হৈয়ো ভায়েকৰ আশ্ৰয় হৈ পৰিছে বায়েক। সাত বছৰীয়া বায়েকৰ মৰমতে মাতৃৰ স্নেহ বিচাৰিছে ডেৰ বছৰীয়া ভায়েকে। #assam #dy365
1
3
613