শিশু সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি আৰু শিশুৰ অধিকাৰৰ প্ৰতি সংহতি প্ৰকাশ কৰি ধেমাজী জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ লগতে সমুহ আৰক্ষী থানাত নীলা ৰঙৰ পোহৰেৰে আলোকিত কৰি*GO BLUE* হিচাবে উদযাপন কৰা হয়।#WorldChildrensDay
#AssamPoliceSishuMitr
@CMOfficeAssam
@assampolice
43
#জনহিতজনসেৱাৰ্থ
Office of the Senior Superintendent of Police Dhemaji goes Blue on World Children’s Day in solidarity with Children's Rights. #AssamPoliceSishuMitra”*
#WorldChildrensDay
@CMOfficeAssam
@assampolice
@DGPAssamPolice
46
#জনহিতজনসেৱাৰ্থে
ধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি যোৱা ইং ১৫.১১.২০২৬ তাৰিখে চিলাপথাৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই এজন ব্যক্তিক আটক কৰা লগতে ১০.৯২ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়।
@CMOfficeAssam
@assampolice
@DGPAssamPolice
89
#জনহিতজনসেৱাৰ্থে
বাল্যবিবাহ আৰু মানৱ সৰবৰাহৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰে আমাৰ শিশুসকলৰ সুৰক্ষিত ভৱিষ্যত গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে ধেমাজি আৰক্ষীৰ এক বিশেষ বাৰ্তা।
@CMOfficeAssam
@assampolice
@DGPAssamPolice
#জনহিতজনসেৱাৰ্থে
ধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি যোৱা ইংৰাজী ১২.১১.২০২৬ তাৰিখে জোনাই থানাৰ আৰক্ষীয়ে অভিযান চলাই এজন ব্যক্তিক আটক কৰা লগতে ১৩.০২ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়।
@CMOfficeAssam
@assampolice
@DGPAssamPolice
92
#জনহিতজনসেৱাৰ্থে
ধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি যোৱা ইং ১১.১১.২০২৬ তাৰিখে চিলাপথাৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই এজন ব্যক্তিক আটক কৰা লগতে ৩.৩৬ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়।
@CMOfficeAssam
@assampolice
@DGPAssamPolice
85
#জনহিতজনসেৱাৰ্থে
ধাৰাবাহিকতা অব্যাহত ৰাখি ধেমাজি আৰক্ষীয়ে অক্টোবৰ মাহত বিভিন্ন অঞ্চলৰ পৰা মুঠ ৩৮ (আঠত্ৰিশ) টা হেৰোৱা মোবাইল ফোন উদ্ধাৰ কৰি মোবাইলৰ গৰাকীক গতাই দি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হয়।
@CMOfficeAssam
@assampolice
@DGPAssamPolice
80
#জনহিতজনসেৱাৰ্থে
Glimpses of the Monday Inspection of Police personnel at Dhemaji Police Reserve.
@CMOfficeAssam
@assampolice
@DGPAssamPolice
105
Dhemaji Police retweeted
বিয়াৰ সাজে শিশুক প্ৰাপ্তবয়স্ক কৰি নোতোলে। তাইক ডাঙৰ হ’বলৈ দিয়ক, বাল্যবিবাহৰ বলি নহ’বলৈ দিয়ক।
#ChildNotBride
Dhemaji Police retweeted
A wedding dress cannot turn a child into an adult.
Let her grow up, not be married off.
#ChildNotBride
Dhemaji Police retweeted
A classroom is where her future belongs.
Not a marriage ceremony.
#ChildNotBride
Dhemaji Police retweeted
তাইৰ ভৱিষ্যৎ গঢ়াৰ স্থান শ্ৰেণীকোঠা, বিবাহ অনুষ্ঠান নহয়!
#ChildNotBride
#জনহিতজনসেৱাৰ্থে
ধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি আজি ইংৰাজী ২২.১০.২০২৬ তাৰিখে চিলাপথাৰ আৰক্ষীয়ে অভিযান চলাই এজন ব্যক্তিক আটক কৰা লগতে ৪.৬৭ কেজি সন্দেহযুক্ত গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।
@CMOfficeAssam
@assampolice
@DGPAssamPolice
1
157
#জনহিতজনসেৱাৰ্থে
Glimpses of Police Commemoration Day held at Police Reserve Dhemaji.
@CMOfficeAssam
@assampolice
@DGPAssamPolice
106
Dhemaji Police retweeted
Say N̶o̶s̶e̶ NO to drugs.
The NO is right under your eyes.
Take the hint.
#ThinkBeforeYouDope
#NashaMuktBharat
#SayNoToDrugs #DrugFreeIndia
Dhemaji Police retweeted
OCS can be hard to spot.
Especially in yourself.
Watch this and find out. 👀
#DontBeASharent
@Cyberdost

















