Fact Crescendo Assamese (@FactAssamese) header
Fact Crescendo Assamese (@FactAssamese) profile picture

IFCN @factchecknet Certified Fact Checking Organization in #Assamese #Assam Committed to fight against Fake news. #BrakeTheFake

India
Joined May 2020
Photo by Fact Crescendo Assamese (@FactAssamese)Photo by Fact Crescendo Assamese (@FactAssamese)Photo by Fact Crescendo Assamese (@FactAssamese)Photo by Fact Crescendo Assamese (@FactAssamese)Photo by Fact Crescendo Assamese (@FactAssamese)Photo by Fact Crescendo Assamese (@FactAssamese)Photo by Fact Crescendo Assamese (@FactAssamese)Photo by Fact Crescendo Assamese (@FactAssamese)Photo by Fact Crescendo Assamese (@FactAssamese)Photo by Fact Crescendo Assamese (@FactAssamese)
ফেক্ট ক্ৰেছচেণ্ডয়ে বিভিন্ন ভাৰতীয় ভাষাত ফেক্ট চেকিংৰ দ্বাৰা ভুৱা নিউজ ৰোধিবলৈ এক হোৱাটচ এপ্প চেটবট আৰম্ভ কৰিছে । অনুগ্ৰহ কৰি '৯০৪৯০৫৩৭৭০' নম্বৰটো আপোনাৰ হোৱাটচ এপ্পত চেভ কৰক আৰু আপোনাৰ তথ্যবোৰ ফেক্ট ক্ৰেছচেণ্ডৰ চেটবটৰ সহায়ত ফেক্ট চেক কৰক ।
1
3
আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈকে ব’হাগ বিহুৰ শুভেচ্ছা জনালো।
4
ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ
17
উত্তৰ প্ৰদেশৰ বাৰানসীত একেলগে ৩৫গৰাকী অবিবাহিতা যুৱতী গৰ্ভৱতী হৈ পৰা খবৰটো সত্য নহয়। এয়া চৰকাৰী এটা বিভাগৰ ভুলৰ বাবে হোৱা এক কাণ্ড। #assamese #reel #UP #unmarriedwomen #pregnant
75
ৰাছেলছ্ ভাইপাৰ সম্পৰ্কত পুনৰ বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰা হৈছে ফেচবুকত। #FactCheck - assamese.factcrescendo.com/v…
35
বাংলাদেশৰ দুই বিচ্ছেদিত হিন্দু স্বামী-স্ত্ৰীৰ বিবাদৰ ফলত হোৱা ঘটনাৰ ভিডিঅ’ বিভ্ৰান্তিকৰভাৱে হিন্দু মহিলাৰ ওপৰত মুছলমানৰ আক্ৰমণ বুলি শ্বেয়াৰ কৰা হৈছে। #FactCheck - assamese.factcrescendo.com/v…
21
বাংলাদেশত ভাৰতীয় মূলৰ হিন্দু ছাত্ৰীক অত্যাচাৰ কৰা বুলি প্ৰতিবাদী ছাত্ৰীৰ বাটৰ নাটৰ ভিডিঅ’ ভাইৰেল কৰা হৈছে। #FactCheck - assamese.factcrescendo.com/v…
15
বাংলাদেশত হিন্দু মহিলাক এইদৰে মুছলমান মহিলাই শাস্তি দিয়া বুলি কৰা দাবীটো মিছা। #FactCheck - assamese.factcrescendo.com/v…
11
বাংলাদেশত ৰবীন্দ্ৰনাথৰ মুৰ্তি ধ্বংস কৰা বুলি দাবী কৰি পুৰণি ফটো আৰু ভিডিঅ’ ভাইৰেল কৰা হৈছে। #FactCheck - assamese.factcrescendo.com/v…
1
12
২০১৫ চনৰ নেপালৰ ত্ৰিশুলী নদীৰে ছাত্ৰ-ছাত্ৰী বিপজ্জনকভাৱে পাৰ হোৱা দৃশ্য অসমৰ নগাঁৱৰ কলং নদীৰ বুলি ভাইৰেল কৰা হৈছে। #FactCheck - assamese.factcrescendo.com/v…
7
২০২২ চনৰ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ বিচনাৰ ফটোকে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ শোৱাপাটি বুলি ভাইৰেল কৰা হৈছে। #bangladesh #factcheck - assamese.factcrescendo.com/v…
6
২০২১চনতে ওডিছাৰ মহানদীত ঘটা ঘটনাৰ দৃশ্য অসমৰ ধেমাজীৰ শেহতীয়া ঘটনা বুলি ভাইৰেল। #assamese #mahanadiboataccident #tusker #reel
1
12
চাণ্ডিপুৰা ভাইৰছ নো কি? কিদৰে ইয়াৰ পৰা হাত সাৰি থাকিব পাৰি? অসমবাসীৰ বাবে সাৱধানতা আৰু কৰণীয় কি? #FactCheck - assamese.factcrescendo.com/e…
5
নগা সন্ত্ৰাসবাদ আৰু নাগালেণ্ডঃ প্ৰাক-স্বাধীনতা যুগৰ পৰা এতিয়ালৈ এক চমূ অৱলোকন। #FactCheck - assamese.factcrescendo.com/e…
2
নাহৰফুটুকী বাঘৰ দৰে মাছ উদ্ধাৰ হোৱা নাই ক’তো। সেই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে। অৰ্থাত ই #AI Generated. #factcheck - assamese.factcrescendo.com/v…
5
AI অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট এক ভিডিঅ' সমুদ্ৰত উদ্ধাৰ হোৱা আচৰিত প্ৰাণী বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। #assamese #AIgeneratedvideo #strangecreature #false
1
26
ওপৰৰ পৰা পানী পৰা ডবাটো আচলতে গৰীৱ ৰথ এক্সপ্ৰেছৰহে। বন্দে ভাৰত এক্সপ্ৰেছৰ নহয়। #assamese #bandebharatexpress #waterleagagereel #false
8
পুৰীৰ জগন্নাথ ৰথযাত্ৰাত শ্বাসৰূদ্ধ হৈ এজন লোকৰহে প্ৰাণহানি হৈছে, তিনিজনৰ নহয়। #assamese #jagannathrathyatra #suffocationdeath #misleading #FactCheck - assamese.factcrescendo.com/v…
10