Official Twitter handle of Assam Pradesh Youth Congress. ‌2026ত অসমত কংগ্ৰেছ চৰকাৰ ✋✊

Assam
Joined March 2015
অনুষ্ঠিত হ’ব লগা অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সাংগঠনিক নিৰ্বাচনৰ ৰাজ্যিক সভাপতি হিচাপে মনোনয়ন দাখিল কৰা প্ৰাৰ্থী সকলৰ আজি নতুন দিল্লীত বৈঠক । #election #Congress #Youthelection #StatePresidentCandidate @IYC
1
113
অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি @Zubairanam ডাঙৰীয়াই শেষৰখন সভা আজি গুৱাহাটী ৰাজীৱ ভৱনত সম্বোধন কৰে । সাংগঠনিক কাৰ্যসূচী লৈ অসমত আহি উপস্থিত হোৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱ-নিযুক্ত তত্ত্বাৱধায়ক @bhupeshbaghel
1
3
265
ডাঙৰীয়াৰ মাৰ্গদৰ্শনে অনুষ্ঠিত হোৱা এই সভাত উপস্থিত থাকে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ মাননীয় তত্ত্বাৱধায়ক @mitendradsingh ডাঙৰীয়া সহঃ যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ তত্ত্বাৱধায়ক অৰুণ ডাঙৰীয়া আৰু নিৰ্বাচনী সমল ব্যক্তি সকল ।
52
সমগ্ৰ দেশবাসীলৈ আমি অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । #HappyIndependenceDay
1
188
আজি "ভাৰতীয় যুৱ কংগ্ৰেছ"ৰ ৬৬তম প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি @UdayBhanuIYC ডাঙৰীয়াকে প্ৰমুখ্যে কৰি সমূহ বিষয়ববীয়া, অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি @Zubairanam দেৱকে প্ৰমুখ্যে কৰি আমাৰ
1
1
265
নেতৃত্ব প্ৰতিগৰাকীৰ যি সু-নেতৃত্ব, কৰ্মপন্হা আদিয়ে আজিও হাজাৰ হাজাৰ যুৱ প্ৰজন্মক যুৱ কংগ্ৰেছৰ প্ৰতি মোহিত কৰি ৰাখিছে– আজি যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ এই সোণোৱালী সময়ে সকলোকে একতাৰে আগবঢ়াই নিয়ক তাৰ বহুতো কামনাৰে.......... জয়তু ভাৰতীয় যুৱ কংগ্ৰেছ ।
37
জনতাৰ কণ্ঠই হৈছে সৰ্বশক্তিশালী আৰু সেইটোৱেই গণতন্ত্ৰৰ মূল শক্তি । এখোজ– @Zubairanam ji
1
7
451
“এটা ভাল শিক্ষা ব্যৱস্থা আমাৰ কেৱল পাপ্যই নহয়, ই প্ৰতিজন ছাত্ৰৰ অধিকাৰ !” আহক, শিক্ষা ব্যৱস্থা সলনি কৰাৰ এই অভিযানত আমাৰ সৈতে যোগদান কৰো ! 📲 QR স্কেন কৰক | chhatronkigoonj.in ৰ সৈতে আৰু আমাক ☎️ 9873036161 ত এটা মিছ কল দিয়ক ! #ChhatronKiGoonj
2
365
যুৱ কংগ্ৰেছৰ মজিয়াৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দলীয় প্ৰাৰ্থীত্ব লাভ কৰি প্ৰথমবাৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ আলগাপুৰ-কাটলিচেৰা বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ সুবাদত আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি @Zubairanam ডাঙৰীয়াৰ
1
6
221
লগতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ পৰা গত অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বী যুৱ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিয়ে গুৱাহাটী ৰাজীৱ ভৱনত সম্বৰ্ধনা জ্ঞাপন কৰে । ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছ কমিটিৰ সন্মানীয় অধক্ষ্য @UdayBhanuIYC ডাঙৰীয়া, অসম প্ৰদেশ যুৱ
1
1
86
কংগ্ৰেছ কমিটিৰ মাননীয় তত্ত্বাৱধায়ক @mitendradsingh ডাঙৰীয়া, সহঃ তত্ত্বাৱধায়ক @RakeshMeena_ ডাঙৰীয়াৰ সহিতে যুৱ কংগ্ৰেছ ৰাজ্যিক, জিলা, সমষ্টি বিষয়ববীয়া সকলৰ হৰ্ষোৎফুল্ল এই শ্ৰদ্ধাই সদায়ে যুৱ কংগ্ৰেছক শক্তিশালী কৰি যাব । @IYC
71
NEET-UG 2026ৰ প্ৰশ্নকাকত ফাদিলৰ উচিত তদন্ত, চৰকাৰৰ ব্যৰ্থতা, দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে আজি গুৱাহাটীত অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী । #protest #neetugexam
53
NEET,CBSE,SSCৰ দৰে অতি গুৰুত্বপূৰ্ণ পৰীক্ষা সমূহৰ প্ৰশ্ন কাকত ফাদিল, কেলেংকাৰী, NTAৰ বিৰুদ্ধে তিব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দেশৰ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিয়ে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি @UdayBhanuIYC ডাঙৰীয়াৰ উপস্থিতিৰে
1
3
104
গুৱাহাটীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাতে গঢ়ি উঠা একাংশ প্ৰশিক্ষণ কেন্দ্ৰ, মধ্যভোগী আৰু সংগঠিত চক্ৰই প্ৰতিবাৰে এই পৰীক্ষা সমূহত হস্তক্ষেপ কৰি দেশৰ লাখ-লাখ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা ক্ষেত্ৰ খনত বেমেজালি সৃষ্টি কৰি আহিছে ।
1
1
53
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (NTA) আৰু বিজেপিৰ এই সম্পৰ্কই লাখ-লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে । @Zubairanam @IYC
32
অসম প্ৰদেশ যুৱ কমিটিৰ ৰূপায়িত হ’ব লগা সাংগঠনিক সভাত অংশগ্ৰহণৰ উদ্দেশ্য আজি অসমত আহি উপস্থিত হোৱা ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছ কমিটিৰ সন্মানীয় অধক্ষ্য @UdayBhanuIYC ডাঙৰীয়াক অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি তথা আলগাপুৰ-কাটলিচেৰা বিধানসভা সমষ্টিৰ মাননীয়
1
1
109
বিধায়ক @Zubairanam ডাঙৰীয়াৰ সহিতে যুৱ কংগ্ৰেছৰ বিষয়ববীয়া সকলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আদৰণি জনাই ।
48
যোৱা ৩১মে’ ২০২৬ তাৰিখে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি হিচাপে নিযুক্তি লাভ কৰা চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইন ডাঙৰীয়াৰ নিযুক্তি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ কমিটিয়ে প্ৰাপ্ত উপ-সভাপতি নিযুক্তিত স্হগিতাদেশ জাৰী কৰিছে ।
2
121
অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ নৱ-নিযুক্ত উপ-সভাপতি তথা চামগুৰি বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক @Tanzil_NSUI ডাঙৰীয়ালৈ আমাৰ অযুত অভিনন্দন জ্ঞাপন কৰিছোঁ । আমাৰ আশা যুৱ কংগ্ৰেছলৈ আপোনাৰ এই পদাৰ্পণ আমাৰ বাবে সদায়ে প্ৰেৰণা হৈ ৰ’ব । @Zubairanam @IYC
1
1
1
7
233
সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ পবিত্ৰ “ঈদ উল আজহা”ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । এই পৱিত্ৰ ঈদে সকলোলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি আৰু শান্তিৰ বতৰা । ঈদ মোবাৰক! 🌙✨
1
59