MyGov Assamese (@MyGovAssamese) header
MyGov Assamese (@MyGovAssamese) profile picture

Official Twitter (X) account of @MyGovIndia in Assamese, a citizen engagement platform of the Government of India.

New Delhi, India
Joined May 2023
প্ৰধানমন্ত্ৰী @narendramodi-ৰ সেই আইকনিক গামোচাৰ মুহূৰ্ত! #NitishSetu #PMModiInBihar
1
23
প্ৰধানমন্ত্ৰী @narendramodi-য়ে নতুন দিল্লীৰ পুৰানা কিল্লাত অনুষ্ঠিত 1st SCO Civilisational Dialogue Forum অংশগ্ৰহণ কৰিব। 📹: youtube.com/live/JqERu2c6vKg #SCOCivilisationalDialogueForum
1
25
প্ৰতিটো ফ্ৰেমে কাশী আৰু তামিলনাডুক ওচৰ চপাই অনা চহকী পৰম্পৰা, শৈল্পিক অভিব্যক্তি আৰু সাংস্কৃতিক চেতনাৰ এক আভাস দাঙি ধৰে। Thirukkural Payilvom'ৰ সৈতে Kashi Tamil Sangamam 5.0 পুনৰ ঘূৰি অহাৰ লগে লগে, এতিয়া থিৰুক্কুৰালৰ চিৰন্তন জ্ঞান আৰু প্ৰজন্মৰ পাছত প্ৰজন্মক সংযোগ কৰি অহা উমৈহতীয়া ঐতিহ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। #kashitamilsangamam5
1
39
ভাৰতৰ চিতা পৰিয়ালৰ পৰা আহিছে এক অতি আনন্দদায়ক খবৰ! চাৰিটা নতুন পোৱালিয়ে পৰিয়ালটোত যোগদান কৰাৰ লগে লগে ভাৰতত চিতাৰ মুঠ সংখ্যা এতিয়া ৬২টালৈ বৃদ্ধি পাইছে যাৰ ভিতৰত ৪৩টা ভাৰতৰ মাটিত জন্মগ্ৰহণ কৰিছে। এয়া ‘প্ৰজেক্ট চিতা’ৰ (Project Cheetah) বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আৰু ভাৰতত বন্যপ্ৰাণী সংৰক্ষণৰ দিশত এক উৎসাহজনক পদক্ষেপ। #projectcheetah #wildlifeconservation #cheetahpopulation
1
19
আপোনাৰ বাবে আজিৰ Morning Momentum আগবঢ়োৱা হৈছে। #newindia #viksitbharat
1
9
তিনিটা পৰ্যায়। এক চিৰন্তন জ্ঞান! Kashi Tamil Sangamam 5.0-এ শিক্ষণ, ডিজিটেল আৰু সাংস্কৃতিক প্ৰচাৰ তথা অ-তামিলভাষী ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণৰ জৰিয়তে সমগ্ৰ ভাৰতৰ শিক্ষাৰ্থীসকলৰ মাজলৈ ‘Thirukkural' লৈ আনিছে। #kashitamilsangamam5
1
32
মানুহ, ভাষা আৰু সংস্কৃতিক একত্ৰিত কৰা এক চিৰন্তন সাহিত্যিক ঐতিহ্য! Kashi Tamil Sangamam 5.0-ৰ জৰিয়তে ‘থিৰুক্কুৰাল পাইলভম – Thirukkural Payilvom – Thirukkural Abhyas Karein শীৰ্ষক মূল বিষয়বস্তুৰ অধীনত থিৰুক্কুৰালৰ চিৰস্থায়ী জ্ঞানৰ বিষয়ে জানক যিয়ে বিভিন্ন ভাৰতীয় ভাষাত ইয়াৰ নৈতিক, সামাজিক আৰু দাৰ্শনিক শিক্ষাসমূহ উদযাপন কৰে। #kashitamilsangamam5
1
18
ওখ পাহাৰৰ পৰা ধুনীয়া সাগৰৰ পাৰলৈকে! ভাৰতৰ প্ৰতিটো চুকে-কোণে দেখুৱাই দিয়ে যে 'Travel + Leisure' কিয় ভাৰতক ২০২৭ চনৰ শ্ৰেষ্ঠ ভ্ৰমণৰ ঠাই হিচাপে বাছি লৈছে। আহক ফটোৰে ভাৰতক চাওঁ! #IncredibleIndia
1
24
কাশী আৰু তামিলনাডুৰ মাজত বিভিন্ন ৰীতি-নীতি, অনুষ্ঠান আৰু পৰম্পৰা প্ৰতিফলিত হয়, যিয়ে দুয়োখন অঞ্চলৰ সুকীয়া সাংস্কৃতিক ঐতিহ্যক দাঙি ধৰে। কাশী আৰু তামিলনাডুৰ উমৈহতীয়া সাংস্কৃতিক ঐতিহ্য উদযাপন কৰা Kashi Tamil Sangamam 5.0-ত এই পৰম্পৰাসমূহৰ বিষয়ে জানক। #KashiTamilSangamam5
1
26
ভাৰত হওক আপোনাৰ পৰৱৰ্তী ভ্ৰমণৰ ঠিকনা! বৰফেৰে ঢকা হিমালয়ৰ পৰা ৰাজস্থানৰ সোণালী বালিচৰলৈকে, লাক্ষাদ্বীপৰ নীলা পানীৰ পৰা কেৰালাৰ শান্ত জলপথলৈকে ভাৰতে আপোনাক এক ব্যতিক্ৰমী অভিজ্ঞতা দিব। অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য, বৰ্ণিল উৎসৱ, আধ্যাত্মিক স্থান, বিচিত্ৰ বন্যপ্ৰাণী আৰু সোৱাদলগা খাদ্যৰ আমেজ লওক। #IncredibleIndia
1
19
আপোনাৰ অঞ্চলৰ এটা কাহিনীয়ে ভাৰতৰ প্ৰতিটো কোণত উপনীত হ’ব পাৰে! তৃণমূল পৰ্যায়ৰ প্ৰচেষ্টা আৰু অভিনৱ ধাৰণাৰ পৰা আৰম্ভ কৰি সমাজৰ নেতৃত্বত কৰা প্ৰয়াসলৈকে, #MannKiBaat ৰ আগন্তুক খণ্ডৰ বাবে ইতিবাচক পৰিৱৰ্তনৰ কাহিনীবোৰ শ্বেয়াৰ কৰক। 📞 ১৮০০-১১-৭৮০০ (টোল-ফ্ৰী) নম্বৰত কল কৰক বা ভিজিট কৰক: mygov.in/group-issue/in
1
21
Did you know India has its very own Cherry Blossom season? 🌸🇮🇳 Forget travelling across the world to witness the magic of cherry blossoms! The beautiful hills of Shillong, Meghalaya, turn shades of pink every November, creating a breathtaking spectacle of nature. 💗 And what's even more exciting? The Shillong Cherry Blossom Festival 2026 is here to celebrate this natural beauty with two days of electrifying music, delicious food, vibrant culture and unforgettable experiences! 🎶✨ So, gather your squad, pack your bags and get ready to experience India's very own pink paradise! 📍 Shillong, Meghalaya 📅 20–21 November 2026 This November, discover the pink side of India. Because cherry blossom magic blooms right here in Northeast India 🌸 #CherryBlossomFestival2026 #IndiaHasItsOwnCherryBlossoms #Shillong #Meghalaya #NortheastIndia #ExploreNortheast #IncredibleIndia @KirenRijiju @tourismgoi @incredibleindia @SangmaConrad @meghtourism @mygovindia
1
114
বিনিয়োগৰ ক্ষেত্ৰত India First নীতি! দিল্লীত ফিক্কিৰ (FICCI) বাৰ্ষিক সাধাৰণ সভা আৰু সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী @narendramodi-য়ে অহা ২০ বছৰৰ দীৰ্ঘম্যাদী বিনিয়োগৰ সিদ্ধান্তসমূহত 'ইণ্ডিয়া ফাৰ্ষ্ট'-ক মূল নীতি হিচাপে ল’বলৈ ভাৰতীয় উদ্যোগ জগতখনক আহ্বান জনায়। তেওঁ কয় যে দেশৰ ভিতৰত শক্তিশালী সামৰ্থ্য গঢ়ি তুলিলে আত্মনিৰ্ভৰশীলতা বাঢ়িব আৰু ব্যৱসায়ৰ নতুন সুযোগ সৃষ্টি হ’ব। উদ্যোগসমূহক কেৱল ঘৰুৱা বজাৰতে সীমাবদ্ধ নাথাকি বিদেশী গ্ৰাহকৰ চাহিদা বুজিবলৈ, বিশ্বমানৰ সামগ্ৰী তৈয়াৰ কৰিবলৈ আৰু শক্তিশালী বিতৰণ ব্যৱস্থা গঢ়ি তোলাত বিনিয়োগ কৰিবলৈ তেওঁ উৎসাহিত কৰে। #FICCIAGM
1
36
ভাৰতৰ গোলকীয় কৃষি ক্ষেত্ৰখনক অধিক শক্তিশালী কৰি তোলা হৈছে! দিল্লীত FICCI বাৰ্ষিক সাধাৰণ সভা আৰু বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী @narendramodi-য়ে ভাৰতৰ কৃষি খণ্ডত বিনিয়োগ বৃদ্ধি কৰিবলৈ আৰু গোলকীয় বজাৰত ইয়াৰ উপস্থিতি অধিক শক্তিশালী কৰিবলৈ উদ্যোগসমূহক আহ্বান জনায়। গোলকীয় কৃষি ৰপ্তানিত ভাৰতৰ অংশীদাৰিত্ব মাত্ৰ ২–২.৫% বুলি উল্লেখ কৰি তেওঁ মূল্য সংযোজন আৰু খাদ্য প্ৰক্ৰিয়াকৰণৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বিগত ১২ বছৰত কৃষি-খাদ্য ৰপ্তানিত প্ৰক্ৰিয়াকৰণ কৰা খাদ্যৰ অংশ ১৩%-ৰ পৰা ২০%-তকৈও অধিক বৃদ্ধি পাইছে। লগতে তেওঁ উদ্যোগসমূহক বজাৰ-নিৰ্দিষ্ট কৌশল গঢ়ি তুলিবলৈ, নিৰ্ভৰযোগ্য ক্ৰয় ব্যৱস্থা নিশ্চিত কৰিবলৈ আৰু গোলকীয় চাহিদা পূৰণ কৰিব পৰা সামগ্ৰী প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰে। #FICCIAGM
1
13
দিল্লীত অনুষ্ঠিত FICCI-ৰ বাৰ্ষিক সাধাৰণ সভা আৰু অধিৱেশনত প্ৰধানমন্ত্ৰী @narendramodi-ৰ ভাষণৰ মূল অংশসমূহ ইয়াত আগবঢ়োৱা হ'ল। #FICCIAGM
1
17
ভাৰতৰ বিকাশে আকৰ্ষণ কৰিছে বিশ্বৰ দৃষ্টি! দিল্লীত FICCI বাৰ্ষিক সাধাৰণ সভা আৰু বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী @narendramodi-য়ে ভাৰতৰ বৰ্ধিত অৰ্থনৈতিক শক্তি আৰু গোলকীয় প্ৰতিষ্ঠানসমূহৰ মাজত বৃদ্ধি পোৱা বিশ্বাসৰ কথা গুৰুত্বসহকাৰে উল্লেখ কৰে। তেওঁ আলোকপাত কৰে যে প্ৰধান সংস্থাসমূহে ভাৰতৰ বিকাশৰ হাৰ প্ৰায় ৭% হ’ব বুলি অনুমান কৰিছে, আনহাতে অক্টোবৰ মাহত সামগ্ৰীৰ ৰপ্তানি প্ৰায় ৫০ বিলিয়ন ডলাৰত উপনীত হৈ এক নতুন মাহিলী অভিলেখ গঢ়িছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতৰ ধাৰাবাহিক অৰ্থনৈতিক প্ৰদৰ্শনৰ বাবে মুডিজ, S&P Global Ratings, ফিচ ৰেটিংছ , বিশ্ব বেংক আৰু এছিয়ান ডেভেলপমেণ্ট বেংকে ভাৰতৰ বিকাশৰ পূৰ্বানুমানসমূহ উৰ্ধমুখী কৰি সংশোধন কৰিছে। #FICCIAGM
1
21
সঠিক নীতিয়ে আনে অভূতপূৰ্ব প্ৰগতি! দিল্লীত FICCI বাৰ্ষিক সাধাৰণ সভা আৰু বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী @narendramodi-য়ে উল্লেখ কৰে যে যেতিয়া সঠিক নীতিৰ সৈতে সঠিক উদ্দেশ্য জড়িত হৈ থাকে, তেতিয়া অৰ্থপূৰ্ণ প্ৰগতি নিশ্চিতভাৱে হয়। তেওঁ কয় যে ১৯৭০-ৰ দশকত দৰিদ্ৰতা দূৰীকৰণৰ আহ্বান জনোৱাৰ পাছতো নীতি আৰু উদ্দেশ্যৰ অভাৱৰ বাবে প্ৰগতি বাধাগ্ৰস্ত হৈছিল। অৱশ্যে, বিগত ১২-১৩ বছৰত গ্ৰহণ কৰা সঠিক পদক্ষেপৰ ফলত প্ৰায় ৫০ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে, যিয়ে ফলপ্ৰসূ শাসন ব্যৱস্থা আৰু ভাৰতৰ উন্নয়ন যাত্ৰাৰ প্ৰভাৱকে প্ৰতিফলিত কৰে। #FICCIAGM
1
20
এক সৰল আচৰণে জয় কৰিলে সকলোৰে হৃদয়! ফিলিপাইনছত এক বিশেষ মত-বিনিময়। যেতিয়া ফিলিপাইনছৰ নিৰাপত্তাৰক্ষীসকলে প্ৰধানমন্ত্ৰী @narendramodi-ৰ ওচৰলৈ এখন ফটো বাবে আগবাঢ়ি আহে, তেতিয়া তেওঁৰ উষ্ম তথা বিনয়ী সঁহাৰিয়ে সকলোৰে মুখত হাঁহি বিৰিঙাই তোলে। এক সাধাৰণ অনুৰোধে এক হৃদয়স্পৰ্শী বাৰ্তালাপলৈ ৰূপ লৈ সকলোৰে মন জয় কৰিলে। #PMModiPhilippinesVisit
18
আপোনাৰ বাবে আজিৰ Morning Momentum আগবঢ়োৱা হৈছে। #NewIndia #ViksitBharat
21
ভাৰতৰ শেহতীয়া সফলতাবোৰ সঁচাকৈয়ে মন কৰিবলগীয়া! চাৰিওফালে চকু ফুৰাওক, কাৰণ ভাৰতৰ নতুন নতুন উন্নয়নবোৰ এতিয়া সকলোৰে চকুত পৰিছে। বিদেশী বিনিয়োগকাৰীৰ বাঢ়ি অহা আগ্ৰহ আৰু সংগীত উদ্যোগৰ বিকাশৰ পৰা আৰম্ভ কৰি পৰিৱেশ-অনুকূল বিমান ইন্ধন, ৰপ্তানি বৃদ্ধি, চিকিৎসা বিজ্ঞানৰ নতুন সফলতা আৰু উদ্যান শস্যৰ অধিক উৎপাদনলৈকে ভাৰতে আজি প্ৰতিটো ক্ষেত্ৰতে চৰ্চা লাভ কৰিছে। New India's Scrapbook নতুন সংস্কৰণটো পঢ়ক আৰু সমগ্ৰ দেশত কি কি ভাল কাম হৈ আছে সেই বিষয়ে জানক। #NewIndiaScrapbook #NewIndia #Scrapbook
1
2
32
ভাৰতৰ উদ্যানশস্য খণ্ডৰ এক নতুন উচ্চতা! ২০২৫–২৬ বৰ্ষত উদ্যানশস্যৰ উৎপাদন ৩৮৬ নিযুত টনত উপনীত হোৱাৰ সম্ভাৱনা আছে, যি পূৰ্বতকৈ ১৬.১৮ নিযুত টন অধিক। এই পৰিসংখ্যাই দেশৰ উদ্যানশস্য খণ্ডৰ নিৰৱচ্ছিন্ন বিকাশকে প্ৰতিফলিত কৰিছে। #NewIndiaScrapbook #NewIndia #Scrapbook
1
5
ভাৰতৰ সফলতাই নিজেই নিজৰ পৰিচয় দিয়ে! অৰ্থনৈতিক উন্নয়ন আৰু সৃজনশীল উদ্যোগৰ পৰা আৰম্ভ কৰি চিকিৎসা বিজ্ঞানৰ উদ্ভাৱন, কৃষিখণ্ডৰ বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সম্প্ৰসাৰণলৈকে ভাৰতৰ শেহতীয়া মাইলৰ খুঁটিসমূহ এতিয়া প্ৰতিটো খণ্ডতে স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে। সজাগ হৈ থাকক, কাৰণ ভাৰতত সদায় কিবা নহয় কিবা নতুন ঘটিয়েই আছে। #NewIndiaScrapbook #NewIndia #Scrapbook
3