কেতিয়াবা ভাবোঁ,"হৃদয়খন অলপ কঠোৰ হোৱা হ'লে..কিয় ইমান বিশ্বাস,সৰলতা আনৰ প্ৰতি?অথচ এয়া নিজৰ বাবে নাই.. আজিও!
~পাৰ্চী
1
19
1,278
"দিনৰ পোহৰতকৈও নিশাৰ আন্ধাৰখিনিয়ে তাইক জানে।কোঠাৰ চাৰিবেৰত ওলমি ৰোৱা উশাহবোৰ?কোনো আগজাননী নিদিয়াকৈ মাজৰাতি নামি অহা হিমশীতল বৰষুণজাকে তাইক জানে।ৰাতিৰ নিস্তব্ধতাবোৰ? সিহঁতো সাক্ষী অগণন কাহিনীৰ!ৰাতিৰ বৰষুণজাক হ'ব বিচাৰে তাই।কাকো আমনি নকৰাকৈ নামি অহা,দুখবোৰ বুকুত সামৰি!
✍🏻পাৰ্চী
5
683
:তেওঁক হেৰুওৱাৰ বেদনা অনুভৱ কৰানে?
:ওহোঁ নকৰোঁ।
:অনুশোচনা হয়নে?
:নাই!
:অলপো?
: ...
: তেওঁতো মোৰ নাছিলেই!কিয় দুখ কৰিম?
ক'বলৈ উজু। কিন্তু তেওঁ যেন এতিয়াও ক'ৰবাত থাকি গ'ল!নহ'বানো তেওঁৰ জন্মদিনটো কিয় তাইৰ আজিও মনত আছে? প্ৰতিবাৰেই কিয় তাই তেওঁৰ ভালৰ বাবে প্ৰাৰ্থনা কৰে
1
10
745
কেতিয়াবা কেতিয়াবা আমাৰ কিছু অংশ কিছুমান মানুহৰ লগতে হেৰাই যায়।"এই যে তেওঁ নোহোৱাৰ পৰা সেই ঠাইলৈ যাবলৈ মন নাযায়।মন নাযায় সেই সুদূৰ ৰঙচুৱা আকাশত ডুব যোৱা বেলিটো চাবলৈ।মন নাযায় সেই স্মৃতিবোৰলৈ ঘূৰি যাবলৈ তেওঁ থকা..!আৰু নোহোৱা হয় নিজৰে একোটা সত্তা.. ক'ৰবাত!মন-মগজুত?
✍🏻পাৰ্চী
-টো জেপত ভৰায়।না তাইৰ নিচিনা কোনো হ'ব নোৱাৰে।"কিন্তু সিচোন তাইক বিচৰাই নাছিলে কোনোদিনে? তেন্তে কিয় আজিও সি প্ৰতিজনী ছোৱালীৰ মাজত তাইকে বিচাৰি ফুৰে?মনৰ ভিতৰখনত ভুমুকি মাৰে সি। ষ্টীট লাইটৰ পোহৰত সি দীঘলীয়া ৰাষ্টাটোত খোজ লয়।সি কোনো উত্তৰ বিচাৰি নাপায়।
✍🏻 পাৰ্চী
31
-টো জেপত ভৰায়।না তাইৰ নিচিনা কোনো হ'ব নোৱাৰে।"কিন্তু সিচোন তাইক বিচৰাই নাছিলে কোনোদিনে? তেন্তে কিয় আজিও সি প্ৰতিজনী ছোৱালীৰ মাজত তাইকে বিচাৰি ফুৰে?মনৰ ভিতৰখনত ভুমুকি মাৰে। ষ্টীট লাইটৰ পোহৰত সি দীঘলীয়া ৰাষ্টাটোত খোজ লয়।সি কোনো উত্তৰ বিচাৰি নাপায়।
✍🏻 পাৰ্চী
24

























