Pinned Tweet
বেংগলী হিন্দু শৰণাৰ্থীৰ বিৰুদ্ধে শক্তি দেখুৱাবলৈ 72টাকৈ সংগঠন ওলাই আহিছিল । আজি এজন অসমীয়া ডাক্তৰক আক্ৰমণ কৰাৰ পিছতো গেদাৰ বিৰুদ্ধে মাত মাতিবলৈ কিমানটা সংগঠন ওলাই আহিছে ?
অনুপ্ৰিয়া নাথ retweeted
Replying to @himantabiswa
@himantabiswa
মাননীয় হিমন্ত বিশ্ব শৰ্মা ( মামা)
পোন প্ৰথমে মোৰ শুভেচ্ছা গ্ৰহণ কৰিব।
মামা, মই এগৰাকী শাৰীৰিকভাৱে অক্ষম ছোৱালী হʼও । মোৰ দেউতা এজন অৱসৰপ্ৰাপ্ত শিক্ষক। সৰুৰে পৰা পঢ়াৰ প্ৰতি থকা আগ্ৰহৰ বাবে দেউতাই মোৰ স্নাতক পঢ়াশুনা সম্পূৰ্ণ কৰিবলৈ বহুত কষ্ট কৰিছিল। ১/৪
অৱশেষত বাক-স্বাধীনতাই মেলানি মাগিলে । সমালোচনাক স্বীকাৰিব নোৱাৰা ব্যক্তিয়ে সংবাদ-মাধ্যমত স্থান পোৱাটো আশ্বৰ্য্যৰ বিষয় ।
1
13
লতা মংগেশকাৰ বাইদেউৰ বিয়োগৰ খবৰটো পাই বৰ দুখ লাগিছে । বাইদেউক সদায় আমাৰ অন্তৰত জীয়াই ৰাখিম । সাক্ষাৎ দেৱী সৰস্বতীৰ অংশাৱতাৰ আছিল বাইদেউ ।
#LataDidi
চতুৰ্থ বাৰৰ বাবে #NationalFilmAwards লাভ কৰাৰ পিছত পিতৃ-মাতৃৰ সৈতে অভিনেত্ৰী #KanganaRanaut ।
অসমত অবৈধ বেদখল হৈ থকা মাটিবোৰ উচ্ছেদ কৰি মাজুলী, লক্ষীমপুৰ, ধেমাজি আদি ঠাইৰ বানৰ কবলত পৰি ভূমিহীন হোৱা খিলঞ্জীয়াক প্রদান কৰক ৷
অনুপ্ৰিয়া নাথ retweeted
মাজুলীৰ শ্ৰীশ্ৰী দাক্ষিণপাট গৃহশ্ৰমী সত্ৰ সত্ৰাধিকাৰ শ্ৰী জনাৰ্দ্দন দেৱ গোস্বামী প্ৰভু ঈশ্বৰে মিচিং সম্প্ৰদায়ৰ ল'ৰাক সংস্কাৰ যজ্ঞত আত্ম নিয়োগ কৰি সনাতন হিন্দুৰ আদিপাঠ বেদ অধ্যয়ন কৰোৱাই সনাতনী হিন্দু ধৰ্মৰ দীক্ষা প্ৰদান কৰে।
অনুপ্ৰিয়া নাথ retweeted
বঙালীয়ে অসমীয়াৰ অস্তিত্ব শেষ কৰিব বুলি হুংকাৰ দি শেষত অসম ৰক্ষাৰ বাবে বঙালী এজনীৰ চৰণত আশ্ৰয় লোৱা প্ৰথমজন অসমীয়া কোন?
#AskingForAFriend
















