nb news (@nbnewstv) profile picture

A bilingual news channel from North Eastern India based in Guwahati, Assam.

Joined November 2022
Photo by nb news (@nbnewstv)Photo by nb news (@nbnewstv)Photo by nb news (@nbnewstv)Photo by nb news (@nbnewstv)Photo by nb news (@nbnewstv)Photo by nb news (@nbnewstv)Photo by nb news (@nbnewstv)Photo by nb news (@nbnewstv)Photo by nb news (@nbnewstv)Photo by nb news (@nbnewstv)
বৃহস্পতিবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ ৰাজ্যৰ ৰাজপথত নচলিব বাণিজ্যিক বাহন। ঘোষণা সদৌ অসম মটৰ পৰিবহন সন্থাৰ। #asomlive24 #axomlive24digital #asomlive24tv
8
'মোগলৰ মানসিকতা থকা জিন্নাৰ বংশধৰ এতিয়াও আছে ভাৰতত' -দিলীপ শইকীয়া। #asomlive24 #axomlive24digital #asomlive24tv
7
মাত্ৰ ৫২ টা বলতে ২০০ ৰাণ সংগ্ৰহেৰে অভিলেখ বৈভৱৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটাৰ পিছত আন এটা ৰেকৰ্ড ভংগ বৈভৱ সূৰ্যবংশীৰ। #asomlive24 #axomlive24digital #asomlive24tv
7
'অদৃশ্য'ৰ বাবেই কৰ্তন হ'ল ২০০০ কোটিৰে নিৰ্মাণ হোৱা বলীউডৰ ছবি 'ৰামায়ণ'ৰ দৰ্শনী। #asomlive24 #axomlive24digital #asomlive24tv
9
বৈভৱ সূৰ্যবংশীৰ বিশ্ব ৰেকৰ্ড। #asomlive24 #axomlive24digital #asomlive24tv
2
43
ছবিগৃহই ছবিগৃহই অসমীয়া ছবি 'অদৃশ্য' উপভোগ কৰিবলৈ দৰ্শকৰ ভিৰ। 'অদৃশ্য' চাই অভিনেতা যতীন বৰাৰ সৈতে ছেল্ফী উঠিলে ছবিপ্ৰেমী দৰ্শকে। #asomlive24 #axomlive24digital
8
সোণাৰিৰ ৩নং ৱাৰ্ডৰ ভবানীপুৰত ভয়াৱহ অ***কাণ্ড। #asomlive24 #axomlive24digital
5
অসম আৰক্ষীলৈ ১১টা কঠোৰ সতৰ্কবাণী মুখ্যমন্ত্ৰীৰ #asomlive24 #axomllive24digital
8
অসাৰ যান-বাহন আইন। বিলাসী গাড়ীলৈ ৰাজপথত ধনী দুলালৰ অতপালি। ল'ৰা-ছোৱালী সকলো বিলাসী বাহনত উঠি মচগুল! মহানগৰীৰ খাৰঘূলিত ভয়াৱহ দৃশ্য। #asomlive24 #axomlive24digital
1
266
লাচিত দিৱসৰ দিনাই মোগলৰ সংজ্ঞা দিলে সাংসদ যোগেন মহনে। #asomlive24 #axomlive24digital
1
8
'যতীন বৰা-তপন দাসৰ অভিনয় বহুত বেছি ভাল লাগিল।' বেলতলাৰ মেট্ৰিক্স চিনেমা হলত অসমীয়া ছবি 'অদৃশ্য' চাবলৈ দৰ্শকৰ ভিৰ। 'অদৃশ্য' উপভোগ কৰি ১০ ভিতৰত কিমান নম্বৰ দিলে ছবিপ্ৰেমী দৰ্শকে? #asomlive24 #axomlive24digital
11
হঠাৎ ৰাজপথত গজৰাজ। ৰাজপথতেই দুচকীয়া বাহনৰ পৰা বাগৰি পৰিল মহিলা। কথমপি ৰক্ষা পৰিল প্ৰাণ। জোনাইৰ প্ৰস্তাৱিত পবা অভয়াৰাণ্য সমীপতেই এই ভয়াৱহ দৃশ্য। #asomlive24 #axomlive24digital
18
সুৰা চুৰিৰ গোচৰত আৱকাৰী পৰিদৰ্শকসহ ৩জনক আটক। #asomlive24 #axomlive24digital
2
নুমলীগড়ৰ ৰাসত বসুদেৱৰ চৰিত্ৰত দেৱাশীষ বৰঠাকুৰ #asomlive24 #axomlive24digital
8
নৈশ পাৰ্টীত প্ৰচণ্ড মাৰপিট দুই IPS বিষয়াৰ। #asomlive24 #axomlive24digital
3
87
বন্যহস্তীৰ গচকত ভেৰগাঁৱত প্ৰাণ গ'ল দুজন লোকৰ। #asomlive24 #axomlive24digital
5
দিন-দুপৰতে ৰাজপথত হাতীৰ জাক দেখি লাগিল হুৱা-দুৱা। বনাঞ্চলৰ পৰা খাদ্য সন্ধানত ওলাই অহা হাতীৰ জাকক লৈ কলিয়াবৰ সোণালী, কামাখ্যা গাঁৱত আতংক। বন বিভাগৰ সহযোগত বন্যহস্তীৰ জাকক খেদাৰ প্ৰচেষ্টা স্থানীয় লোকৰ। #asomlive24 #axomlive24digital
1
30
চৰাইদেউত সুৰা-চুৰিৰ অভিযোগত আৰক্ষীৰ জালত ৩যুৱক #asomlive24 #axomlive24digital
1
49
ৰাজ্য কঁপোৱা ভয়ংকৰ কাণ্ডৰ অভিযুক্ত ৰাজু ৰয়ক গ্ৰেপ্তাৰ। #asomlive24 #axomlive24digital
18
বলীউড ছবি'ৰামায়ণ'ক প্ৰত্যাহ্বান 'অদৃশ্য'ৰ। অদৃশ্য'ৰ বাবে দৰ্শনী হ্ৰাস পালে বলীউডী ছবি 'ৰামায়ণ'ৰ। #asomlive24 #axomlive24digital
14