#FlowerFestival
Every year we welcome the New Year with Colours, Fragrance and Togetherness —— through Khumtai Flower Festival .
This year too we are going to hold it again.
Come , celebrate 2027 new year with us. Bring your family, friends and your love for flowers.
Venue- Jugibari Rural Tourism Project.
Date- 30,31 Dec. 2026- 1st, 2nd Jan. 2027.
Let’s welcome the new year together with flowers, joy and hope.
#8pm : #HappyKaliPuja
Darkness bows down when Maa arrives. Jai Maa Kali
মা কালীৰ আশীৰ্বাদেৰে আমাৰ জীৱনত আন্ধাৰ দূৰ হয়। সকলোলৈকে কালি পূজাৰ শুভেচ্ছাৰে...
#8pm : #BirdIdentification
পানী কুকুৰা (Common Moorhen) বৈজ্ঞানিক নাম: Gallinula chloropus
সাধাৰণতে এই চৰাইবিধক জলমুৰ্গী (Waterhen) বুলি জনা যায়।
Common moor hen (Gallinula chloropus)
Commonly known as Waterhen.
#8pm : #CivicSense
আমাৰ অভ্যাস,আমাৰ গৌৰৱ.. য’তে-ত’তে জাবৰ পেলোৱাটো যেন আমাৰ জন্মগত অধিকাৰ...
Our Habits, Our Pride..
Littering our birth right..
#8pm : #AnimalIdentification
One of the most endangered primates in India. Found only in Assam . So rare so beautiful. A monkey dipped in gold.
#Momkey #GoldenLangur
#8pm : #Shopping
এগৰাকী জনজাতীয় আইতাৰ পৰা আজি পৰম্পৰাগতভাৱে সুৰা (যেনে: লাওপানী, সাজ, আপং, ইত্যাদি) প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা 'বাখৰ' বা 'মদপিঠা' ক্ৰয় কৰোঁ। এই মদপিঠা তৈয়াৰ কৰোঁতে ১০ ৰ পৰা ২০ প্ৰকাৰৰ বিভিন্ন বনৌষধি পাত ব্যৱহাৰ কৰা হয় (যেনে: বৰবৰিয়াল, কপিলাও, বনজালুক, কঁঠাল পাত, নেমু পাত, আদাৰ পাত আদি)। বনৌষধি আৰু চাউলৰ গুড়িৰ সংমিশ্ৰণত প্ৰস্তুত কৰা এই বাখৰ বা মদ পিঠা কেইবাটাও পৰ্য্যায়ত আমাৰ জনজাতীয় লোক সকলে অতি যত্ন সহকাৰে তৈয়াৰ কৰে। অন্তিম পৰ্যায়ত এই বাখৰ সমূহ সিজোৱা বৰা চাউলৰ লগত মিহলাই থলুৱা সুৰা প্ৰস্তুত কৰা হয়।
Yeast Cake (Bakhar) is Made with rice flour and 10–20 varieties of herbs and leaves, these cakes are used to brew traditional rice based drinks ,A rich heritage of indigenous Assamese culture passed down through generations.
#IndigenousKnowledge #CulturalHeritage
#8pm : #NaturalHealing
যেতিয়া শৰীৰ অৱশ হয় বা ক্লান্ত অনুভব কৰোঁ; তেতিয়া শান্ত প্ৰকৃতিৰ সাহচৰ্য্যত পুনৰ শক্তি আহৰণ কৰোঁ ।
Whenever I feel sick or physically drained or exhausted, I try to recuperate in the company of nature.
#8pm : #Kargil
An abandoned village ravaged by war in Kargil
যুদ্ধই বিধ্বস্ত কৰা এখন গাঁও। এইয়া গাজা, পেলেষ্টাইন, বা ইজৰাইল নহয়। এইয়া ভাৰত পাকিস্তান সীমান্তৰ কাৰ্গিল। পাকিস্তান সীমান্তৰ এই গাঁৱৰ বাসিন্দাই নিজৰ সপোনৰ এই ঘৰ এৰি এতিয়া বিভিন্ন ঠাইৰ বাসিন্দা। অব্যক্ত বহু কথা লৈ ৰৈ গল এই অবশিষ্ট ঘৰ আৰু গাওঁ।
He should be shot dead to end his agony or must be treated immediately.It seems the injured spot is getting rotten.
Urgent appeal to @assamforest and Manas National Park authorities!
Spotted this injured wild buffalo at Mathanguri Beel today. He lost a horn in a fight with another male buffalo and has remained submerged in the water for the past 10 days.
Despite being informed, no treatment has reportedly been arranged. Immediate intervention is needed to save its life. Please act urgently! @jayanta_malla
@CMOfficeAssam
@ParkManas @sonalighoshdws
@himantabiswa @Mrinal_MLA
#ManasNationalPark #WildlifeConservation
Mrinal Saikia retweeted
Urgent appeal to @assamforest and Manas National Park authorities!
Spotted this injured wild buffalo at Mathanguri Beel today. He lost a horn in a fight with another male buffalo and has remained submerged in the water for the past 10 days.
Despite being informed, no treatment has reportedly been arranged. Immediate intervention is needed to save its life. Please act urgently! @jayanta_malla
@CMOfficeAssam
@ParkManas @sonalighoshdws
@himantabiswa @Mrinal_MLA
#ManasNationalPark #WildlifeConservation
#8pm : #AI
A Blessing Today, A Danger Tomorrow?
Artificial Intelligence is changing our world faster than we can imagine. But are we aware of the dangers?
AI can take away jobs, spread fake news, invade our privacy, manipulate people and put too much power in the hands of a few.
The biggest danger is not that machines will become smarter than humans, but that humans may lose control over the machines they create.
Technology must serve humanity, not rule humanity.
Let us enjoy the benefits of AI, but never ignore its dangers. We must act before it is too late.
#ArtificialIntelligence #FutureOfHumanity #AIDangers
#8pm : #AirportAdda
বিমানবন্দৰত অপেক্ষা কৰা, বিয়া-সবাহত অংশগ্ৰহণ কৰা অথবা আনুষ্ঠানিক সভা-সমিতিলৈ যোৱাটো প্ৰায়ে একঘেয়ামী আৰু আমনিদায়ক হৈ পৰে। কিন্তু কেতিয়াবা এনে পৰিৱেশতে জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ এনে কিছুমান মানুহৰ সৈতে মুখামুখি হয়, যিসকলক হয়তো অন্য কোনো পৰিস্থিতিত একেলগে লগ পোৱাৰ সুযোগেই নাপালোঁহেঁতেন।
এনে অপ্ৰত্যাশিত চিনাকি আৰু সাক্ষাতে কেতিয়াবা একঘেয়ামী অপেক্ষাৰ সময়খিনিকো এক আকৰ্ষণীয়-আনন্দদায়ক আৰু জ্ঞানবৰ্ধক অভিজ্ঞতালৈ ৰূপান্তৰিত কৰিব পাৰে।
Waiting at airports, attending weddings, and going to other formal gatherings can often be quite boring. However, sometimes we meet people from different walks of life whom we might never otherwise encounter. These unexpected encounters can turn an otherwise dull wait into a fascinating and enriching experience.
#8pm : #ModiKahinNahiJayega
We are on a once very disturbed Ladakh and Jammu&Kashmir Tour. Whomever and wherever we asked people about the present state of affairs in their region they praised HPM Modiji @narendramodi and #BJP .Tourism is the prime economy in the UTs , but Tourism and development bloomed only after Modiji came and scrapped Article 370 , they agreed unhesitatingly.
#Srinagar
Visited the Jammu & Kashmir (UT) Legislative Assembly today and interacted with our contemporaries.
@AssamAssembly
#8pm : #KargilWar #Kargil
Letter from a brave soldier of #IndianArmy to his parents just before attaining VEERGATI .
Captain Vijayat Thapar--
মৰমৰ দেউতা, মা, ব'ডি আৰু নানী...
১। তোমালোকে যেতিয়া এই চিঠিখন পাবা, তেতিয়ালৈকে মই স্বৰ্গৰ পৰা তোমালোকক চাই থাকিম আৰু অপ্সৰাসকলৰ আতিথ্য উপভোগ কৰি থাকিম।
২। মোৰ কোনো অনুশোচনা নাই। সঁচাকৈয়ে, যদি মই পুনৰ মানুহ হিচাপে জন্ম লওঁ, তেন্তে আকৌ সেনাবাহিনীত যোগদান কৰি নিজৰ দেশৰ বাবে যুঁজিম।
৩। সম্ভৱ হ’লে, তোমালোকৰ ভৱিষ্যতৰ বাবে ভাৰতীয় সেনাই যিখন ঠাইত যুদ্ধ কৰিছিল, সেই ঠাইখন আহি চাই যাবা।
৪। ইউনিটৰ কথা ক’বলৈ গ’লে, নতুনকৈ অহা সৈনিকসকলক এই ত্যাগৰ বিষয়ে জনোৱা উচিত। মোৰ আশা, মোৰ ফটোখন ‘আলফা’ কোম্পানীৰ মন্দিৰত কৰ্ণী মাতাৰ কাষত ৰখা হ’ব।
৫। মোৰ শৰীৰৰ কোনো অংগ যদি আনৰ কামত আহিব পাৰে, তেন্তে সেয়া ব্যৱহাৰ কৰা হওক।
৬। অনাথ আশ্ৰমত কিছু ধন দান কৰিবা। ৰুকচানাক প্ৰতিমাহে ৫০ টকাকৈ দি থাকিবা আৰু যোগী বাবাকো লগ কৰিবা।
৭। ব'ডিলৈ মোৰ শুভকামনা থাকিল। এই ত্যাগ কেতিয়াও নাপাহৰিবা। দেউতা, তোমাৰ গৌৰৱ অনুভৱ কৰা উচিত। মা, তুমিও। মই কেতিয়াবা কিবা ভুল কৰিছিলো যদি মোক ক্ষমা কৰি দিবা।
#KargilWarMemorial
#Kargil
At the Kargil War Memorial, we stood in silence.
Names etched in stone. Winds cold at 10,500 ft. And a debt we can never repay.
Then we reached the Samadhi of *Capt. Jintu Gogoi, Vir Chakra — 17 Garhwal Rifles — Khumtai, Assam.*
Recalled from leave just 12 days after his engagement, he led his men to Kala Pathar, Batalik. Surrounded, asked to surrender, he charged — killed two enemies, saved his men, and fell just 150 yards from the enemy post on June 30, 1999.
My eyes filled up. I am from Khumtai, and here in Kargil, one of our own son of the soil sleeps for Bharat.
We became emotional. And at the same moment, our chest swelled with pride.
Assam gave a lion to India, and India will never forget.
#JaiHind















