Pinned Tweet
প্ৰথম পৰ্য্যায়ৰ ভোট দিবলৈ যাওঁতে এই ভিডিঅটো বাৰে বাৰে চাবলৈ প্ৰাৰ্থনা কৰিছো।মাত্ৰ ৯০ ছেকেণ্ডৰ এই ভিডিও আপোনাক বাট দেখুৱাব আমি কিয় আৰু কাক ভোট দিব লাগে। আজিৰ আপোনাৰ ভোটে কাইলৈ আমাৰ প্ৰজন্মক সুৰক্ষিত কৰিব পাৰিব।
আজিৰ চিন্তা -
দেশৰ #মাদ্ৰাছাসমূহ চৰকাৰী নিয়ন্ত্ৰণলৈ আহিব নে নাহে এইটো পাছৰ কথা।
কিন্তু যদি দেশত #জনসংখ্যা_নিয়ন্ত্ৰণ_আইন বলবৎ কৰা নহয় তেন্তে কেই বছৰমানৰ ভিতৰতে বিভিন্ন ৰাজ্যৰ চৰকাৰ নিজেই মাদ্ৰাছাৰ নিয়ন্ত্ৰণলৈ আহি যাব।
গতিকে দেশত শীঘ্ৰে #জনসংখ্যা_নিয়ন্ত্ৰণ_আইনৰ প্ৰয়োজন আছে।
JSF Northeast India retweeted
One agenda program --
"दार-उल-इस्लाम"
ये कट्टरता नही छोड़ सकते चाहे इन्हें उपराष्ट्रपति ही क्यो न बना दो..
@SudarshanNewsTV
#UPSC_Jihad
JSF Northeast India retweeted
ভাৰতৰ জনসংখ্যা এনেই ১৩৫ কোটি হোৱাগৈ নাই, কিছুমান যুঁজাৰুৱে শেষ নিশ্বাসলৈকে যুঁজ দিছে।
JSF Northeast India retweeted
এজন কংগ্ৰেছ নেতাৰ অকপট স্বীকাৰোক্তি --
"কংগ্ৰেছ সদায় অন্যায়ৰ পক্ষত থিয় দি আহিছে।"
एक बच्चा पैदा कर के आप उसे सरकारी नौकर बनाना चाहते हैं
और वो 10 बच्चे पैदा कर सरकार ही बनाना चाहते है
सोचना आपको है🤔
आपके घर में करोड़ों की संपत्ति है और उनके घर में 40_वोटर🙄
सरकार वोट से बनती है अगर नोट से बनती तो टाटा/बिड़ला/अंबानी PM होते!
देश मांगे #जनसंख्या_नियंत्रण_कानून
আমি অতদিনে কৈ থকা কথা এতিয়া চৰকাৰেও স্বীকাৰ কৰিলে।
#populationcontrollaw
#two_child_policy
@twochildpolicy @KamakhyaTasa @spsailendra @JanasankhyaP @himantabiswa @jayanta_malla @keshab_mahanta @jsfanil
समुदाय विशेष द्वारा असम में असंतुलित #जनसंख्या वृद्धि पर मुख्यमंत्री डॉ हिमंत विश्व शर्मा के कदम का #जनसंख्या_समाधान_फाउंडेशन ने किया स्वागत
फाउंडेशन ने डॉ हिमंत विश्व शर्मा को असम के मुख्यमंत्री के तौर पर अपना एक महीने का कार्यकाल पूरा करने के लिए बधाई दी।
1/6
इस सच्चाई को ध्यान में रखते हुए उन्होंने आमसू, एआईडीयूएफ और अल्पसंख्यक समुदाय के अन्य हितधारकों से असम में असंतुलित जनसंख्या वृद्धि को रोकने हेतु जनसंख्या नियंत्रण की योजना बनाने हेतु आवश्यक कदम उठाने का आग्रह किया।
इस अवसर पर हम मुख्यमंत्री को उनकी समयानुकूल चिंतन के लिए
5/6
JSF welcome Assam CM Dr HBS's stand on Population Control.
Read full story 👇 facebook.com/watch/?v=471317…
যি দেশত বছৰি এখন অষ্ট্ৰেলিয়া বা ইউৰোপৰ বাৰখন দেশৰ জনসংখ্যাৰ সমান নতুন জনসংখ্যা সৃষ্টি হয়, সেইখন দেশত যিমানেই চিকিৎসালয় নাসাজা লাগিলে পৰ্যাপ্ত নহ'ব।
দেশৰ মাটিকালি আৰু সম্পদৰ তুলনাত দহগুণ বেছি জনসংখ্যা বিষ্ফোৰণ ঘটিছে।
জনসংখ্যাৰ আধাই কীট-পতংগৰ দৰে জীৱন যাপন কৰিবলৈ বাধ্য।
1/2
সংবিধানৰ দোহাই দি আৰু কিমান দিনলৈ চলিব হে মহান নেতাসকল? দেশেই যদি নাথাকে কাৰ ওপৰত নেতাগিৰি কৰিব?
দেশৰ বাবে প্ৰয়োজন -
কঠোৰ #জনসংখ্যা_নিয়ন্ত্ৰণ ।।
2/2
#PopulationControlLaw
#जनसंख्या_नियंत्रण_कानून
@twochildpolicy
TOPIC : "Impact of Population explosion on biodiversity and our duty"
To join the online meeting on Google Meet, click this link: 👇
meet.google.com/ysw-bhrs-xta
Or Code:👉 ysw-bhrs-xta
@twochildpolicy @spsailendra @nanglucky @anirban543 @laljisonari













