SailendraPandey,MAP CBFC. Guwahati. GoI. (@spsailendra) header
SailendraPandey,MAP CBFC. Guwahati. GoI. (@spsailendra) profile picture

Prant Prasar Pramukh, Sanskar Bharati | Media Architect, Vidya Bharati | Journalist | CBFC Advisory Panel (North East) | DD News GHY, Sentinel, NETV, AIR

Assam, India
Joined March 2010
Photo by SailendraPandey,MAP CBFC. Guwahati. GoI. (@spsailendra)Photo by SailendraPandey,MAP CBFC. Guwahati. GoI. (@spsailendra)Photo by SailendraPandey,MAP CBFC. Guwahati. GoI. (@spsailendra)Photo by SailendraPandey,MAP CBFC. Guwahati. GoI. (@spsailendra)Photo by SailendraPandey,MAP CBFC. Guwahati. GoI. (@spsailendra)Photo by SailendraPandey,MAP CBFC. Guwahati. GoI. (@spsailendra)Photo by SailendraPandey,MAP CBFC. Guwahati. GoI. (@spsailendra)Photo by SailendraPandey,MAP CBFC. Guwahati. GoI. (@spsailendra)Photo by SailendraPandey,MAP CBFC. Guwahati. GoI. (@spsailendra)Photo by SailendraPandey,MAP CBFC. Guwahati. GoI. (@spsailendra)
ধন্যবাদ @airnews_ghy
সংবাদ চলন্তিকা অনুষ্ঠানত শুনক উত্তৰ-পূব জনসংখ্যা ফাউণ্ডেশ্যনৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডেৰ সৈতে সাক্ষাৎকাৰ। 🗓️১১/০৭/২০২১ সাক্ষাৎগ্ৰহণঃ 🎤অৰুণিমা গোস্বামীৰ। @spsailendra @NeJsf @twochildpolicy #PopulationControl #PopulationDay2021 🎧Listen to YouTube⤵️ youtu.be/Rdps379XfkQ
1
2
18
Sadou Asam Karmachari Parishad (SAKP), an umbrella body of Assam govt employees, has demanded the immediate release of pending dearness allowance (DA) along with arrears, restoration of Old Pension Scheme (OPS) and implementation of 8th Pay Commission recommendations from Jan 2026. Assam govt employees demand pending DA, pay revision | Guwahati News - The Times of India timesofindia.indiatimes.com/… @timesofindia
44
শুদ্ধ ভোটাৰ তালিকাৰ বিৰোধিতা কৰা মানেই খিলঞ্জীয়াৰ অস্তিত্বক অস্বীকাৰ কৰা। এছ আই আৰ বিৰোধীসকল কিয় অসম আৰু অসমীয়াৰ শত্ৰু। প্ৰাগজ্যোতিষ কাকতত প্ৰকাশিত আমাৰ লিখনি। Opposing a pure voter list isn't just politics; it’s a direct assault on Assam's indigenous survival. Read why those who resist SIR are standing against the very soul of our motherland.
2
17
অনুভুতিৰ তৰংগক শব্দৰ মালালৈ ৰূপান্তৰিত কৰিব পৰা শক্তিৰ অধিকাৰী @mainimahanta কলম আকৌ আজি উভতি যাব পাৰি অতীতলৈ এক দুৰ্লভ অদৃশ্য টাইম মেচিনত।
1
1
75
আমাৰ তিনিটা লিখা ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে...
14
"কাতি মাহৰ এই ঘোৰ অমাৱস্যাৰ আন্ধাৰ ভেদ কৰি আহিছে মা কালীৰ দিব্য জ্যোতি! সৃজন চট্টোপাধ্যায়ৰ মুখত মা কালীৰ এই মধুৰ স্তুতিয়ে আপোনাৰ মন ভক্তিৰে গদগদ কৰি তুলিব। 🪔 ​ভিডিঅ'টি চাই আপোনাৰ কেনে লাগিল, কমেন্টত জনাওক আৰু আত্মীয়-স্বজনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ​(সৌজন্যত: কলকাতা দূৰদৰ্শন)" ​ #KaliPuja #GhorAmavasya #SrijanChattopadhyay #KolkataDoordarshan #Devotional #MaaKali
39
যিসকল লোকে ২০০৮ চনৰ বাটলা হাউছ কাণ্ডত নিহত উগ্ৰপন্থীৰ সপক্ষে ৰাজপথত আন্দোলন কৰিছিল, আজি তেওঁলোকেই কংগ্ৰেছৰ সৈতে হাত মিলাই দেশবিৰোধী নাৰেটিভ সৃষ্টিত ব্যস্ত! ​দিল্লী পুলিচৰ শ্বহীদ ইন্সপেক্টৰ মোহন চান্দ শৰ্মাৰ বলিদানক পাহৰি উগ্ৰপন্থীৰ পক্ষ লোৱাসকলৰ আচল মুখা পোহৰলৈ আহিছে। ন্যায়ালয়েও প্ৰমাণ কৰি দিলে যে তেওঁলোক সন্ত্ৰাসবাদী আছিল। দেশৰ সুৰক্ষাৰ বিৰুদ্ধে যোৱা এই শক্তিক চিনাক্ত কৰক! 🇮🇳 ​#BatlaHouse #NationalSecurity #IndiaFirst #AISF
16
Assam: Sadou Asom Karmachari Parishad observes Shaheed Divas, forms new 199-member executive committee teapawt.net/share?text=Assam: Sadou Asom Karmachari Parishad observes Shaheed Divas, forms new 199-member executive committee&url=indiatodayne.in/assam/story/…
11
দেশৰেই হৈ জীয়াই থকাৰ হেঁপাহ !
15
SailendraPandey,MAP CBFC. Guwahati. GoI. retweeted
#WATCH | Guwahati, Assam: ISKCON Assam Golden Jubilee and Bhakta Mahotsav have begun. Governor Lakshman Prasad Acharya inaugurated Namhatta Samaroh. He said, "ISKCON Assam is celebrating golden jubilee year this year. Through the sankirtan of the Lord’s holy names, ISKCON is working to instill values ​​in the youth—nurturing them into sensitive, principled individuals capable of better serving the nation and society. I extend my greetings to all the saints, administrators, and the esteemed brothers and sisters associated with this mission..." (30.10)
7
7
17,415
কলং পৰীয়া কবিৰ সুবাস থকা @prafulla1979 লৈ প্ৰফুল্লিত ওপজা দিনৰ শুভেচ্ছা !
1
23
“বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ জৰিয়তে গঢ়ি তোলা ভোটবেংক বচাবলৈ ৰাষ্ট্ৰবিৰোধী শক্তিয়ে আজি ধ্ৰুৱ ৰাঠী আৰু CJPৰ নামত নাটকময় ষড়যন্ত্ৰ চলাইছে। ঢাকাৰ ৰাজপথত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু নিৰ্বাচনী আয়ুক্তৰ বিৰুদ্ধে উঠা প্ৰতিবাদেই এই ভাৰতবিৰোধী চক্ৰটোৰ আচল মুখাখন খুলি দিলে। দেশৰ অগ্রগতি ৰোধ কৰিব বিচৰা এই ষড়যন্ত্ৰকাৰীসকলক আমি ঐক্যবদ্ধ হৈ সমাজৰ পৰা বহিষ্কাৰ কৰিবই লাগিব।”
25
কেপ্তেইন স্মিত মাচ্ছাৰ দেশভক্তি সাহসিকতা আৰু মানৱতা আজি আমাৰ দেশৰ পঁইতাচোৰাৰ বাবে এক হজম কৰিব নোৱাৰা খাটি ঘিঁউ দৰে হৈছে । কেইগৰাকী মান নিজকে পণ্ডিত বুলি জোহান গৈ কি কি যে কৈছে ! সেয়ে আজি আমি ডাঙি ধৰিব চেষ্টা কৰিছো দেশদ্ৰোহী ভাৰত বিৰোধী শক্তি সমূহৰ ৰাজনৈতিক মুখা।
1
34
"একমাত্ৰ সত্য" ​"অ'ৰে, সকলো মিছা ৰে ভাই... এই নাম, এই পদৱী আৰু এই মানুহৰ অহংকাৰ! সত্য কেৱল এটাই—এদিন হাতৰ মুঠি খালী কৰি সকলো এই মাটিতেই লীন হৈ যাব!" 💀⏳☠️
19
"যমৰাজৰ নিমন্ত্রণ" ​"ভগৱানে পঠিয়াইছিল হিৰো বনাই, কিন্তু মানুহে নিজে বনাই ল'লে খলনায়ক! এতিয়া যমৰাজ যেতিয়া আহিব, তাকো কম—'ৰ'বা হে মহাশয়, একাপ চাহ আৰু মোৰ শেষ ডাইলগটো তো সম্পূৰ্ণ কৰিব দিয়া!" ☕🎬
12
"মৃত্যুক নো কিহৰ ভয়?!" ​"অ'ৰে, মৃত্যুক আকৌ কোনে ভয় কৰে বে? সি তো এদিন আহিবই, চাহ কাপ খাই গুচি যাব! ভয় যদি কৰিবলগীয়া আছে, বন্দুকৰ গুলীলৈ নহয়... নিজৰ খালী পকেট আৰু এই ভণ্ড মানুহবোৰলৈ কৰ!" 💣🔥
1
21