Dolly Boruah⚡ retweeted
See the video, where Smriti Irani is claiming that Rahul Gandhi gave #FlyingKiss to female minister including her. Neither she nor any female minister is in the frame even.
Rahul Gandhi directly pointed towards the speaker Om Birla.
Why Smriti Madam Why???
Dolly Boruah⚡ retweeted
ছবিয়ে কথা কয়..
এজনে ৰাইজৰ ৰাজকোষৰ ধন অপচয় কৰি হেলিকপ্তাৰত উঠি বানাক্ৰান্ত অসমবাসীৰ খবৰ লৈছে..
আৰু আনগৰাকীয়ে সাধ্যনুসৰি খাদ্য-সামগ্ৰী লৈ বানাক্ৰান্তৰ জিলাই জিলাই, ঘৰে ঘৰে। @JatiyaParishad @lurinjtgogoi @jbhuyan65 @Diganta82288504 @mygovassam @CMOfficeAssam @BabliHandique
Dolly Boruah⚡ retweeted
Flood Relief Materials 👇
🔺250g Daal
🔺2 Candles
🔺100g Mustard Oil
🔺1 Mosquito coil
Dolly Boruah⚡ retweeted
1/2: I consider the recent political happenings in #Maharastra to be a blatant attempt by the #BJP to destroy #MarathiRegionalism. It always has been the strategy of the #BJP to subjugate regional forces and narratives. It is unacceptable and unforgiveable.
Dolly Boruah⚡ retweeted
1/2: অসমৰ খিলঞ্জীয়া নাগৰিকৰ নিজৰ মাটিত নিজৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিবৰ বাবে অসম জাতীয় পৰিষদে দলৰ উপ-সভাপতি, পূৰ্বৰ অতিৰিক্ত মুখ্য সচিব মাননীয় চি কে দাসৰ নেতৃত্বত #মোৰ_মাটি_মোৰ_অধিকাৰ শীৰ্ষক এক মিছন আৰম্ভ কৰিছে ৷
Dolly Boruah⚡ retweeted
A @JatiyaParishad initiative.
Please share and spread the word.
Dolly Boruah⚡ retweeted
যোৱা ১৯ আৰু ২০ তাৰিখে অনুষ্ঠিত হোৱা দলৰ বৰ্দ্ধিত কাৰ্য্যনিৰ্বাহক সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যে অসম জাতীয় পৰিষদ আৰু সকলো ভাতৃ-ভগ্নী সংগঠনে বানপীড়িত ৰাইজক সকাহ দিবলৈ যিমান পাৰে চেষ্টা কৰিব।
Dolly Boruah⚡ retweeted
#VIDEO | Scenes of flooded streets in the Chandmari area of #Guwahati earlier.
Video source: Suraj Pradhan
#Assam
@gmc_guwahati
Dolly Boruah⚡ retweeted
Images coming out of #DimaHasao have deeply troubled me. Praying for the safety and well being of the people there, I urge upon both the central and state govts. to undertake relief, rehabilitation and reconstruction work on a war footing. Priority should be every citizen there.
Dolly Boruah⚡ retweeted
Hi All. Please RT.
Urgently need O-ve blood
Hospital: Apollo Guwahati.
Contact: 98644-34225
Or DM me in case you get any leads, the type is very rare.
Dolly Boruah⚡ retweeted
Lunch Scenes of Principals & Teachers after meeting with CM & Education Minister in Ludhiana
Dolly Boruah⚡ retweeted
BJPৰ সমৰ্থক বুলি আপুনি 'কা'ৰ সমৰ্থন কৰিব পাৰে বা বিজেপিক বিৰোধিতা কৰে বুলি 'কা'ৰ বিৰোধিতা কৰিব পাৰে কিন্তু ডাঙৰ কথাটো হ'ল আপুনি অসম ভূমিৰ খিলঞ্জীয়া অসমীয়া হিচাপে 'কা' মনৰ পৰা সমৰ্থন কৰিব পাৰেনে?সমৰ্থন কৰাৰ যুক্তি ক'ত?
মই অসমীয়া হিচাপে জীয়াই থকালৈকে 'কা' মানি নলও আৰু আপুনি ?
84%'কা' সমৰ্থন নকৰোঁ ।
16%'কা' সমৰ্থন কৰোঁ।
262 votes • Final results Dolly Boruah⚡ retweeted
Assam will forever be indebted to India's foremost philanthropist Shri Ratan Naval Tata for his unparalleled contribution to #CancerCare in the state. Cancer patients will be immensely benefited by ur gift of State of the Art Cancer Care Centers. A big thank you Sir. @RNTata2000
Dolly Boruah⚡ retweeted
Assamese women are angry.
Himanta Biswa Sharma Promised us to give 25000 Rs cheque.
But gave only 400 Rs cheque.
He cheated us
Video source - Time8
Dolly Boruah⚡ retweeted
আজিও গুৱাহাটীত কিয়?
নিৰ্বাচনৰ সময়ত সপোন দেখোৱা স্মার্ট চিটিৰ কাম আৰম্ভ কৰা হ'লনে? নে সেইয়াও এক জুমলা আছিল?
গুৱাহাটীবাসীক উত্তৰ লাগে!
#guwahatiwantstoknow
#smartcity
#gmcelection2022
#GMCelection
#AssamFirst
#JatiyaParishad
Dolly Boruah⚡ retweeted
গুৱাহাটীৰ গাড়ীগাঁওত এগৰাকী ১৫ বছৰীয়া কিশোৰীক হোটেলত দলবদ্ধ ধৰ্ষণ কৰি ভিডিঅ কৰা বিকী আলী, ফইজুল আলী, পিংকু আলী, পোনা আলী আৰু ৰাজা আলীক ৰাম খুন্দন দি ইটোৰ মল সিটোক খাব দিব লাগে। মুঠতে ধৰ্ষণকাৰীৰ শাস্তি একদম কঠোৰ হ'ব লাগে।
@gpsinghips ছাৰ
@GuwahatiPol

































